Begin typing your search above and press return to search.
প্ৰকল্প সহায়ক নিযুক্তিৰ বাবে মিজোৰাম বিশ্ববিদ্যালয়ৰ আবেদন আহ্বান
মিজোৰাম বিশ্ববিদ্যালয়ে প্ৰকল্প সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ২টা।
দৰমহাঃ মাহিলী ২০হেজাৰ টকা।
নিযুক্তিৰ স্থানঃ আইজল।
বয়সৰ সীমাঃ আবেদন দাখিলৰ সময়ত সৰ্বোচ্চ ২৮ বছৰ।অৱশ্যে চৰকাৰী নিয়ম অনুসৰি সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়স ৰেহাই পাব পাৰে।
ঠিকনাঃ Prof. Shri Kant Tripathi , Department of Forestry Mizoram University, Aizawl – 796 004, Mizoram
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৬-০৮-২০২০।
প্ৰাৰ্থী বাছনিঃ চূড়ান্ত তালিকাত স্থানপ্ৰাপ্ত প্ৰাৰ্থীক সাক্ষাতকাৰলৈ মতা হ'ব।
সবিশেষ জানিবলৈ https://mzu.edu.in/category/employments/ চাওক।
আৰু চাব পাৰেঃ কেন্দ্ৰীয় ৰেচম ব'ৰ্ডত সহকাৰী পদখালী
Next Story