Begin typing your search above and press return to search.
কেন্দ্ৰীয় ৰেচম ব'ৰ্ডত সহকাৰী পদখালী
কেন্দ্ৰীয় ৰেচম ব'ৰ্ডে সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ২টা।
দৰমহাঃ মাহিলী ৩৫,৪০০টকাৰ পৰা ১,১২,৪০০টকা।
বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ অন্তিমদিনা ৩০বছৰতকৈ অধিক হব নালাগিব। অৱ্শ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়স ৰেহাই পাব।
ঠিকনাঃ Central Silk Board, Ministry Of Textiles, Government of India, Hosur Road, B.T.M, Layout. Madiwala. Bangalore - 560 060।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ল২৪-০৭-২০২০।
প্ৰাৰ্থী বাছনিঃ অনলাইন সাক্ষাতকাৰ।
সবিশেষ জানিবলৈ http://csb.gov.in/job-opportunities/ চাওক।
আৰু চাব পাৰেঃ সহকাৰী সঞ্চালক প্ৰধান নিযুক্তিৰ বাবে আধাৰ কৰ্তৃপক্ষৰ আবেদন আহ্বান
Next Story