Begin typing your search above and press return to search.
সহকাৰী সঞ্চালক প্ৰধান নিযুক্তিৰ বাবে আধাৰ কৰ্তৃপক্ষৰ আবেদন আহ্বান
আধাৰ কৰ্তৃপক্ষই সহকাৰী সঞ্চালক প্ৰধান নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ৬টা।
দৰমহাঃ ১,২৩,১০০টকাৰ পৰা ২,১৫,৯০০টকা।
নিযুক্তিৰ স্থানঃ নতুন দিল্লী। আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-০৮-২০২০। বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ কম হ'ব লাগিব।
ঠিকনাঃ ADG (HR), Unique Identification Authority of India, 4th floor, Bangla Sahib Road, Behind Kali Mandir, Gole Market, New Delhi-110001. Selection: Written Exam/Interview
প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰ।
সবিশেষ জানিবলৈ https://uidai.gov.in/images/career/ADG_Tech_vacancy_circular_dt_06_07_2020.pdf চাওক।
আৰু পঢ়িব পাৰেঃ আই আই টি দিল্লীত প্ৰকল্প বিজ্ঞানী নিযুক্তি
Next Story