Begin typing your search above and press return to search.
আই আই টি দিল্লীত প্ৰকল্প বিজ্ঞানী নিযুক্তি
আই আই টি দিল্লীয়ে প্ৰকল্প বিজ্ঞানী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ১টা।
দৰমহাঃ মাহিলী ৩৫,৪০০টকাৰ পৰা ৫০,০০০টকা।
নিযুক্তিৰ স্থানঃ নতুন দিল্লী।
প্ৰাৰ্থী বাছনিঃ চূড়ান্ত তালিকাভুক্ত প্ৰাৰ্থীকহে কেৱল সাক্ষাতকাৰলৈ মতা হ'ব। সাক্ষাতকাৰলৈ অহা প্ৰাৰ্থীয়ে লগত বৃত্তিগত আৰু শৈক্ষিক প্ৰমাণপত্ৰসমূহৰ মূল কপিসমূহ আনিব লাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ২৫-০৭-২০২০।
নিয়মঃ http://ird.iitd.ac.in/recৰ পৰা ডাউনলোড কৰিব লাগিব। সম্পূ্ৰ্ণকৈ পূৰণ কৰা আবেদনপত্ৰ অধ্যাপক দিলীপ গাংগুলীলৈ dilipganguly@cas.iitd.ac.in ঠিকনাত প্ৰেৰণ কৰিব লাগিব।
সবিশেষ জানিবলৈ http://ird.iitd.ac.in/rec চাওক।
আৰু চাব পাৰেঃ বিভিন্ন ধৰণৰ পদত নিযুক্তিৰ বাবে লোকসেৱা আয়োগৰ আবেদন আহ্বান
Next Story