Begin typing your search above and press return to search.

স্বাস্থ্য বিষয়া নিযুক্তিৰ বাবে মেঘালয়ৰ সেৱা সঞ্চালকালয়ৰ আবেদন আহ্বান

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল আদি তলত দিয়া হৈছে ।

স্বাস্থ্য বিষয়া নিযুক্তিৰ বাবে মেঘালয়ৰ সেৱা সঞ্চালকালয়ৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Dec 2021 10:38 AM GMT

মেঘালয়ৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ বিষয়েঃ

মেঘালয়ৰ স্বাস্থ্য সেৱা সঞ্চালকালয় ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ অধীনৰ। ৰাজ্যখনত স্বাস্থ্য সেৱা ব্যৱস্থাৰ বিকাশ সাধন আৰু চোৱাচিতাৰ বাবে এই সঞ্চালকালয়ে কাম কৰে। লগতে ৰাজ্যখনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ কৰ্মসূচীসমূহ এই সঞ্চালকালয়ে তত্বাৱধান কৰে। মেঘালয়ৰ স্বাস্থ্য বিভাগে আগবঢ়োৱা সেৱাসমূহ হৈছে ৰোগ প্ৰতিৰোধমূলক স্বাস্থ্য সেৱা, স্বাস্থ্য সেৱা উন্নতকৰণ, নিয়মীয়া স্বাস্থ্য সেৱা আদি।

স্বাস্থ্য বিভাগৰ কাম-কাজৰ লগত স্বাস্থ্যৰ আন্তঃগাঁথনি গঢ়ি তোলা, ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কৰ্মসূচী, সংস্পৰ্শৰ জৰিয়তে সোঁচৰা ৰোগ নিয়ন্ত্ৰণ আদিও জড়িত আছে।


মেঘালয়ৰ স্বাস্থ্য় সেৱা সঞ্চালকালয়ে সামূহিক স্বাস্থ্য় বিষয়া, যোগ ইনষ্ট্ৰাক্টৰৰ ৪৫ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ইয়াৰ আবেদন গ্ৰহণৰ শেষ তাৰিখঃ 22 ডিচেম্বৰ, ২০২১।

এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল আদি তলত দিয়া হৈছে ।

পদৰ নাম

সামূহিক স্বাস্থ্য় বিষয়া, যোগ ইনষ্ট্ৰাক্টৰ।

খালী পদ

৪৮টা।

বয়স

07-12-2021-ত সৰ্বোচ্চ ২৭ বছৰ। এছ চি- এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব।

দৰমহা

নিয়ম অনুসৰি।

আবেদনৰ অন্তিম তাৰিখ

আবেদন গ্ৰহণৰ আৰম্ভণিৰ তাৰিখ ০৯-১২-২০২১। অন্তিম তাৰিখঃ ২২-১২-২০২১।

চাকৰিৰ স্থান

মেঘালয়।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া

সাক্ষাতকাৰ।

আবেদনৰ নিয়ম

অনলাইন।

আবেদনৰ মাচুল

আবেদনৰ মাচুল নাই।

খালী পদঃ

সামূহিক স্বাস্থ্য বিষয়াঃ ২৪টা।

যোগ ইনষ্ট্ৰাক্টৰঃ ২৪ টা।


শিক্ষাগত অৰ্হতা:


সামূহিক স্বাস্থ্য বিষয়াৰ ক্ষেত্ৰত আয়ুৰ্বেদিক মেডিচিন আৰু ছাৰ্জাৰীৰ স্নাতক বা হোমিঅপেথিক মেডিচিন আৰু ছাৰ্জাৰীৰ স্নাতক।

যোগ ইনষ্ট্ৰাক্টৰৰ ক্ষেত্ৰত প্ৰাৰ্থী নেচাৰোপেথী যোগ বিজ্ঞানৰ ডিপ্লমা/ স্নাতক। অথবা বি এছ চি (যোগ) বা যোগ থেৰাপীৰ ডিপ্লমাধাৰী হব লাগিব।


আবেদনৰ প্ৰক্ৰিয়া:

প্ৰথমে অফিচিয়েল ৱেবছাইট meghealth.gov.in চাওক।

এছ বি আইৰ Recruitment or Careers চাওক।

এই দুটা চাকৰিৰ জাননী চাওক আৰু অৰ্হতা পৰীক্ষা কৰক।

আবেদন পত্ৰ পূৰণৰ পূৰ্বে শেষ তাৰিখ চাব।

নিৰ্ভুলকৈ আবেদন পত্ৰ পূৰণ কৰিব।

আবেদনৰ মাচুল জমা দিব।

কেনেদৰে আবেদন জনাবঃ

আগ্ৰহী প্ৰাৰ্থীসকলে meghealth.gov.in ৰ পৰা ২২ ডিচেম্বৰ, ২০২১ লৈ আবেদন জনাব পাৰিব।



আৰু পঢ়ক:অসম কৃষি বিশ্ববিদ্য়ালয়ত প'ষ্ট ডক্টৰেল নিযুক্তি


Next Story
চাকৰি