Begin typing your search above and press return to search.

দ্য ডিফেন্স ইনষ্টিটিউট অৱ এডভান্সড টেকনোলজীত পদ খালী

দ্য ডিফেন্স ইনষ্টিটিউট অৱ এডভান্সড টেকনোলজীয়ে পঞ্জীয়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

দ্য ডিফেন্স ইনষ্টিটিউট অৱ এডভান্সড টেকনোলজীত পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jan 2022 12:29 PM GMT

দ্য ডিফেন্স ইনষ্টিটিউট অৱ এডভান্সড টেকনোলজীৰ বিষয়েঃ

১৯৫২-ত দ্য ডিফেন্স ইনষ্টিটিউট অৱ এডভান্সড টেকনোলজী প্ৰতিষ্ঠা কৰা হয়। তেতিয়া এই প্ৰতিষ্ঠানৰ নাম আছিল ইনষ্টিটিউট অৱ আৰ্মামেণ্ট ষ্টাডিজ। ১৯৬৭-ত ইয়াৰ নাম ইনষ্টিটিউট অৱ আৰ্মামেণ্ট টেকনোলজীলৈ সলনি কৰা হয় আৰু ইয়াৰ কাৰ্যালয় বৰ্তমানৰ স্থান তথা পুনেৰ গিৰিনগৰলৈ নিয়া হয়। প্ৰথম অৱস্থাত এই প্ৰতিষ্ঠানৰ কাৰ্য-পৰিসৰ কম আছিল। ১৯৬৪-ত ইয়াৰ কাম উল্লেখনীয়ভাবে বৃদ্ধি কৰে প্ৰতিৰক্ষা বিকাশ আৰু গৱেষণা পৰিষদে। পৰৱৰ্তী সময়ত ১৯৮১-তো ইয়াৰ কাৰ্য-পৰিসৰ অধিক বৃদ্ধি কৰা হয়।


দ্য ডিফেন্স ইনষ্টিটিউট অৱ এডভান্সড টেকনোলজীৰ নিযুক্তি-২০২২ঃ

দ্য ডিফেন্স ইনষ্টিটিউট অৱ এডভান্সড টেকনোলজীয়ে পঞ্জীয়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত সবিশেষ তথ্য চাব পাৰ


এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ বিষয়ে তথ্য পাবঃ


আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:


পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

পঞ্জীয়ক

পদৰ সংখ্যা

১ টা।

দৰমহা

নিয়ম অনুসৰি।

চাকৰিৰ স্থান

পুনে (মহাৰাষ্ট্ৰ)।

বয়সৰ সীমা

৩১-০১-২০২২-ত সৰ্বোচ্চ ৫৭ বছৰ।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া

সাক্ষাতকাৰ।

আবেদনৰ মাচুল

১০০০ টকা, এছ চি-এছ টি আৰু বিশেষভাবে সক্ষমৰ ৫০০ টকা।

অন্তিম তাৰিখ

৩১ জানুৱাৰী, ২০২২।

ৱেবছাইট

diat.ac.in


শিক্ষাগত অৰ্হতাঃ

কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা বোৰ্ডৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী।

অভিজ্ঞতাৰ বিৱৰণঃ

প্ৰাৰ্থীৰ ন্যূনতম ৫ বছৰৰ প্ৰশাসনিক কামৰ অভিজ্ঞতা থাকিব লাগিব। প্ৰাৰ্থীৰ গৱেষণাৰ অভিজ্ঞতা থাকিব লাগিব।


আবেদনৰ নিয়মঃ

প্ৰথমে, অফিচিয়েল ৱেবছাইট diat.ac.in চাওক

আৰু আপুনি আবেদন কৰিব লগা নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক।

চাকৰিৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক। আৱেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

যদি আপুনি যোগ্য, কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

আৱেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু অন্তিম তাৰিখৰ (৩১ জানুৱাৰী-২০২২) ভিতৰত আবেদন পত্ৰ দাখিল কৰক

ভৱিষ্যতৰ প্ৰসংগৰ বাবে আবেদন পত্ৰ নম্বৰ/কুৰিয়াৰ স্বীকৃতি নম্বৰ সংগ্ৰহ কৰক।



আৰু চাব পাৰে : এইমছ ৰাইপুৰত কনিষ্ঠ গৱেষণা ফেলো (জে আৰ এফ)-ৰ প্ৰয়োজন

Next Story
চাকৰি