Begin typing your search above and press return to search.

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক(বড়ো ভাষা)ৰ পদখালী

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সহকাৰী অধ্যাপক(বড়ো ভাষা ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক(বড়ো ভাষা)ৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Jun 2021 2:11 PM GMT

খালীপদৰ সংখ্যাঃ দুটা।

দৰমহাঃ মাহিলী ৫৭, ৭০০ টকাৰ পৰা ১, ৪২,৪০০টকা।

আবেদন প্ৰক্ৰিয়াঃ অফলাইন।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বড়ো ভাষাত ন্যূনতম ৫৫ শতাংশ নম্বৰসহ বড়ো ভাষাত স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব। তদুপৰি নেট বা স্লেট বা এছ ই টি থাকিব লাগিব। নতুবা পি এইচ ডি থাকিব লাগিব।

আবেদন মাচুলঃ ৫০০ টকা।

ৱেবছাইটঃ www.dibru.ac.in

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৬-২০২১।

নিযুক্তিৰ স্থানঃ ডিব্ৰুগড়।

আবেদনৰ নিয়মঃ এই বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত প্ৰ-পত্ৰত প্ৰাৰ্থীয়ে আবেদন জনাব লাগিব। আবেদন ৩০-০৬-২০২১ৰ ভিতৰত পোৱাকৈ Registrar, Dibrugarh University, Dibrugarh -786004-লৈ প্ৰেৰণ কৰিব লাগিব। আবেদনৰ সৈতে ৫০০ টকাৰ বেংক ড্ৰাফট ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ হকে গাঁথি দিব লাগিব। এই বেংক ড্ৰাফট পঞ্জাৱ নেচনেল বেংক, ডিব্ৰুগড় শাখাত ভঙাব পৰা হব লাগিব। (বেংকৰ শাখা কোডঃ ৯৯৪০০০)।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

চাকৰিৰ খবৰৰ বাবে আৰু চাব পাৰেঃ ৰেল বিকাশ নিগম লিমিটেডত প্ৰৱন্ধকৰ প্ৰয়োজন

Next Story
চাকৰি