Begin typing your search above and press return to search.

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Oct 2021 11:05 AM GMT


ডিব্ৰুগড় বিশ্বিদ্যালয়ে নিম্নোক্ত বিষয়সমূহৰ সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।


পদসমূহঃ

ন্যায়িক অধ্যয়ন কেন্দ্ৰ (Centre of Juridical Studies)-ত সহকাৰী অধ্যাপক।

খালী পদৰ সংখ্যাঃ ০২টা।

শিক্ষাগত অৰ্হতাঃ এল এল এম পৰ্যায়ত ন্য়ূনতম ৫৫ শতাংশ নম্বৰসহ উত্তীৰ্ণ হব লাগিব। তদুপৰি নেট উত্তীৰ্ণ হব লাগিব বা স্লেট বা ছেট নতুবা এইচ ডি থাকিব লাগিব।

বাণিজ্য বিভাগত সহকাৰী অধ্যাপক ।

খালী পদৰ সংখ্যাঃ ০২টা। ইয়াৰে এটা পদ বিত্তৰ আৰু আনটো মাৰ্কেটিঙৰ ।

শিক্ষাগত অৰ্হতাঃ বিত্তৰ ক্ষেত্ৰত প্ৰাৰ্থী বিত্তৰ স্পেচিয়েলাইজেচনসহ এম কম হব লাগিব । তদুপৰি নেট বা স্লেট বা ছেট উত্তীৰ্ণ হব লাগিব। বা পি এইচ ডি থাকিব লাগিব।

মাৰ্কেটিঙৰ ক্ষেত্ৰত প্ৰাৰ্থী মাৰ্কেটিঙৰ স্পেচিয়েলাইজেচনসহ এম কম হব লাগিব । তদুপৰি নেট বা স্লেট বা ছেট উত্তীৰ্ণ হব লাগিব। বা পি এইচ ডি থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়াঃ অফলাইন।

নিয়ুক্তিৰ স্থানঃ ডিব্ৰুগড়।

আবেদনৰ মাচুলঃ ২০০ টকা।

Website https://dibru.ac.in।

দৰমহাঃ মাহিলী ২৫ হেজাৰ টকা।

আৰু চাব পাৰেঃ মেঘালয়ৰ শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ সঞ্চালকালয়ত পদখালী



Next Story
চাকৰি