Begin typing your search above and press return to search.

ডিব্ৰগড় বিশ্ববিদ্যালয়ত ফ্ৰন্ট ডেস্ক মেনেজাৰৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

ডিব্ৰগড় বিশ্ববিদ্যালয়ত ফ্ৰন্ট ডেস্ক মেনেজাৰৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-09-03T17:35:02+05:30

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ফ্ৰন্ট ডেস্ক মেনেজাৰৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : ফ্ৰন্ট ডেস্ক মেনেজাৰ

খালী পদৰ সংখ্যা : ০২টা

নিযুক্তিৰ স্থান : ডিব্ৰুগড়, অসম

দৰমহা : ১৫,০০০ - ১৭,০০০টকা, (মাহিলী)৷

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৬/০৯/২০২১

আবেদন মাছুল : ১০০টকা

ৱেবচাইট : dibru.ac.in

শিক্ষাগত অৰ্হতা :

• হোটেল মেনেজমেন্ট/ হস্পিতালিটী মেনেজমেন্টত স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব।

• শান্ত স্বভাৱ, যোগাযোগ আৰু মানুহৰ লগত মিলিব পৰা ক্ষমতা থাকিব লাগিব।

• কম্পিউটাৰ চলোৱাৰ দক্ষতা থাকিব লাগিব।

• অতিথিশালা নতুবা হোটেলত ঘৰ পৰিচালনাৰ অভিজ্ঞতা থাকিব লাগিব।

• প্ৰাৰ্থীগৰাকী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু ইয়াৰ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি নিজৰ আবেদনৰ লগত জমা কৰিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া : ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ উল্লিখিত ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু পূৰণ কৰা আবেদনৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ আৰু আবেদন মাছুলৰ ৰছিদ (পাঞ্জাব নেচনেল বেংকৰ যোগেদি) পঞ্জীয়কলৈ প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : পঞ্জীয়ক, ডিব্ৰগড়ৰ বিশ্ববিদ্যালয় পাঞ্জাব নেচনেল বেংকৰ যোগেদি আদায়, ডিব্ৰুগড় বিশ্ববিদ্যালয় শাখা, ( ক'ড ৯৯৪০০০), ডিব্ৰুগড়।-

আৰু চাব পাৰেঃ মৰমৰ কুকুৰ নাইকৰ জন্মদিনত অন্তৰস্পৰ্শী লিখা অভিনেত্ৰী কীৰ্তি সুৰেশৰ

Next Story