Begin typing your search above and press return to search.

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জে আৰ এফ, প্ৰকল্প সহকাৰী নিযুক্তি

ডিব্ৰুগড় বিশ্ববিদ্য়ালয়ে জে আৰ এফ আৰু প্ৰকল্প সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জে আৰ এফ, প্ৰকল্প সহকাৰী নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Dec 2021 1:21 PM GMT

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষয়েঃ



দেশৰ একেবাৰে পূব প্ৰান্তৰত অৱস্থিত বিশ্ববিদ্যালয় হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। ডিব্ৰুগড় বিশ্ববিদ্যালয় আইন, ১৯৬৫ৰ অধীনত ১৯৬৫ত এই বিশ্ববিদ্য়ালয় স্থাপন কৰা হয়। এই বিশ্ববিদ্যালয়ত সীমিত আৱাসিক সুবিধা আছে। অসমৰ সাতখন জিলাক এই বিশ্ববিদ্যালয়ে সামৰি লয়। এই জিলাকেইখন হৈছে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, গোলাঘাট আৰু ধেমাজি। এই বিশ্ববিদ্যালয়ে ৫০০ৰো অধিক একৰ ভূমি আগুৰি আছে। এই ভূমিৰ ৬০ একৰত এতিয়াও চাহ বাগিচা আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয় হৈছে এচোচিয়েচন অৱ ইউনিৰ্ভাচিটীজ ( এ আই ইউ)- আৰু এছোচিয়েচন অৱ কমনৱেলথ ইউনিৰ্ভাচিটীজৰ সদস্য।


ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিযুক্তি ২০২২ঃ

ডিব্ৰুগড় বিশ্ববিদ্য়ালয়ে জে আৰ এফ আৰু প্ৰকল্প সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ



প্ৰাৰ্থীসকলে পদৰ বিৱৰণ, অৰ্হতা, দৰমহা স্কেল তলত পৰীক্ষা কৰিব পাৰে :-


পদৰ নাম

জে আৰ এফ, প্ৰকল্প সহায়ক।

খালী পদ

নিৰ্দিষ্টকৈ উল্লেখ নাই।

বয়স

৩০ জানুৱাৰী, ২০২২-ত সৰ্বোচ্চ ২৮ বছৰ।

দৰমহা

প্ৰতি মাহে ৩১ হেজাৰ টকাৰ পৰা ৩৫ হেজাৰ টকা।

অন্তিম তাৰিখ

আবেদন গ্ৰহণৰ আৰম্ভণিৰ তাৰিখঃ ২২-১২-২০২১। আবেদন গ্ৰহণৰ অন্তিম তাৰিখঃ ১৪ জানুৱাৰী, ২০২২।

চাকৰিৰ স্থান

ডিব্ৰুগড় , অসম

আবেদনৰ মাচুল

মাচুল নাই।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া

অনলাইন সাক্ষাতকাৰ।


শিক্ষাগত অৰ্হতা :

প্ৰাৰ্থী ন্যূনতম ৬০ শতাংশ নম্বৰসহ ৰসায়ন বিজ্ঞানৰ এম এছ চি হব লাগিব।


আবেদন প্ৰক্ৰিয়া :

আবেদন কৰাৰ পদক্ষেপসমূহ : প্ৰথমে অফিচিয়েল ৱেবছাইটdibru.ac.in চাওক আৰু আপুনি আবেদন কৰিব লগা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিযুক্তি বা কেৰিয়াৰ পৰীক্ষা কৰক।

এই নিযুক্তিৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক। আবেদন প্ৰপত্ৰ পূৰণ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক। আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আবেদন পত্ৰ অহা ৩০ জানুৱাৰী, ২০২২-ৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰক।



আৰু চাব পাৰে : ইউ আই ডি এ আই নিযুক্তি ২০২২ - ১১ উপ পৰিচালক, সহকাৰী পৰিচালকৰ পদ খালী


Next Story
চাকৰি