ফৰেণচিক বিজ্ঞান সঞ্চালকালয়ত কনিষ্ঠ সহায়কৰ পদখালী

ফৰেণচিক বিজ্ঞান সঞ্চালকালয়ে কনিষ্ঠ সহায়ক(এল ডি এ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ফৰেণচিক বিজ্ঞান সঞ্চালকালয়ত কনিষ্ঠ সহায়কৰ পদখালী
Published on: 

খালী পদৰ সংখ্যাঃ ০৪টা।

দৰমহাঃ ১৫ হেজাৰ টকাৰ পৰা ৪৯,০০০টকা আৰু ৮,৭০০টকাৰ গ্ৰেড পে।

বয়সৰ সীমাঃ ০১-০১-২০২০ত ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী। আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৯-২০২০।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com