অসমৰ চিকিত্সা শিক্ষা সঞ্চালকালয়ৰ নাৰ্ছ নিযুক্তি

অসমৰ চিকিত্সা শিক্ষা সঞ্চালকালয়ে নাৰ্ছ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসমৰ চিকিত্সা শিক্ষা সঞ্চালকালয়ৰ নাৰ্ছ নিযুক্তি
Published on: 

পদৰ নামঃ ষ্টাফ নাৰ্ছ

খালী পদৰ সংখ্যাঃ ১৫০ টা।

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।

বয়সৰ সীমাঃ ০১-০১-২০২০ত প্ৰাৰ্থীৰ বয়স ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হ'ব নালাগিব। অৱশ্যে অ' বি চি প্ৰাৰ্থীয়ে ৩ বছৰ আৰু এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব।

আবেদনৰ নিয়মঃ www.dme.assam.gov.in-ত সবিশেষ তথ্য উপলব্ধ হ'ব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০। আবেদন জনাবলৈwww.dme.assam.gov.in চাওক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com