অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ চাকৰিৰ আবেদন আহ্বান

অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ে কনিষ্ঠ সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ চাকৰিৰ আবেদন আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ ১১৯টা।

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

শেষ তাৰিখঃ ২৩-০৬-২০২০

আবেদনৰ নিয়মঃ প্ৰাৰ্থীয়ে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটত উপলব্ধ প্ৰ-পত্ৰৰ জৰিয়তে আবেদন জনাব পাৰিব।

সবিশেষ জানিবলৈ www.madhyamik.assam.gov.in চাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com