অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ চাকৰিৰ আবেদন আহ্বান

অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ে কনিষ্ঠ সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ চাকৰিৰ আবেদন আহ্বান
Published on

খালী পদৰ সংখ্যাঃ ১১৯টা।

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

শেষ তাৰিখঃ ২৩-০৬-২০২০

আবেদনৰ নিয়মঃ প্ৰাৰ্থীয়ে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটত উপলব্ধ প্ৰ-পত্ৰৰ জৰিয়তে আবেদন জনাব পাৰিব।

সবিশেষ জানিবলৈ www.madhyamik.assam.gov.in চাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com