অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ চাকৰিৰ আবেদন আহ্বান

অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ে নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছেঃ
অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ চাকৰিৰ আবেদন আহ্বান
Published on: 

অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ে নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছেঃ

পদৰ নামঃ কনিষ্ঠ সহায়ক।

খালী পদৰ সংখ্যাঃ ১১৯টা।

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ০১. ০১.২০২০ত ১৮ ৰ পৰা ৩৮বছৰৰ ভিতৰত হ'ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়মানুসৰি বয়সৰ উৰ্ধসীমাৰ ক্ষেত্ৰত ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৩.০৬.২০২০

সবিশেষ জানিবলৈ www. Madhyamik.assam.gov.inচাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com