Begin typing your search above and press return to search.
বঙাইগাঁৱৰ জিলা-সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ত পদখালী
বঙাইগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ে পিয়ন নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ১টা।
দৰমহাঃ মাহিলী ১২ হেজাৰ টকাৰ পৰা ৫২হেজাৰ টকা।
বয়সৰ সীমাঃ ০১-০১-২০২০ত প্ৰাৰ্থীৰ বয়স ১৮বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হ'ব নালাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়স ৰেহাই পাব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০।
প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰত লাভ কৰা নম্বৰৰ ভিতিত প্ৰাৰ্থীৰ চূড়ান্ত বাছনি কৰা হ'ব। সাক্ষাতকাৰৰ তাৰিখ তথা সময় ৱেবছাইটত প্ৰকাশ কৰা হ'ব।
আবেদনৰ নিয়মঃ প্ৰাৰ্থীয়ে শিক্ষাগত অৰ্হতা, বয়স আদিৰ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি আবেদনৰ সৈতে দাখিল কৰিব লাগিব।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু পঢ়িব পাৰেঃ ৰাষ্ট্ৰীয় ফেশ্বন প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত বিভিন্ন ধৰণৰ পদ খালী
Next Story