ডিষ্ট্রিক্ট লিগেল চাৰ্ভিচ অথৰিটি মৰিগাঁওত নিযুক্তি ২০২০
ডিষ্ট্রিক্ট লিগেল চাৰ্ভিচ অথৰিটি, মৰিগাঁওত ঠিকাভিত্তিক ফ্ৰন্ট অফিচ কো-অৰ্ডিন্টৰ পদটিৰবাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম: ফ্ৰন্ট অফিচ কো-অৰ্ডিন্টৰ
পদৰ সংখ্যা: ০১
বয়স: ১৮ ৰ পৰা ৩৮ বছৰ
দৰমহা: ২০,০০০/- প্ৰতি মাহ
শিক্ষাগত অৰ্হতা: বি.এ/বি এচ চি/বি. কম লগতে ৬ মহীয়া কম্পিউটাৰ কৰ্চ চাৰ্টিফিকেটত ডিপ্লোমা, এম এচ অফিচ, ইন্টাৰনেট
বাচনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ
আবেদনৰ শেষ তাৰিখ: ২8/০২/২০২০
সৱিশেষ জানিবলৈ: Click here
অন্য খবৰৰ বাবে পঢ়ক: লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত নিযুক্তি ২০২০