Begin typing your search above and press return to search.

লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত নিযুক্তি ২০২০

লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Feb 2020 1:25 PM GMT

লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত নিযুক্তি ২০২০

লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদত ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক

পদৰ সংখ্যা: ০১

বয়স: ৩৮ বছৰ পৰ্যন্ত

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে বাইঅ ডাটা আৰু আবেদন সমূহ ২০০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে

Principal, L.T.K College, payable at SBI, Angarkhowa(06891) Branch must be submitted to Principal,L.T.K College,Azad, North Lakhimpur ঠিকনাত বিজ্ঞাপন প্ৰকাশনৰ( 19/02/2020) ১৫ দিনৰ ভিতৰত পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ: ০৬/০৩/২০২০

সবিশেষ জানিবলৈ :Details: Click Here

অন্য খবৰৰ বাবে পঢ়ক : কেন্দ্রীয় বিদ্যালয় হাফলংত নিযুক্তি ২০২০

Next Story
চাকৰি