SoFED ত্ৰিপুৰা নিযুক্তি ২০২১ - ১৩ জিলা সম্পদ ব্যক্তিৰ পদ খালী

ছছাইটি ফৰ এণ্টাৰপ্ৰিনিউৰশ্বিপ ডেভেলপমেণ্ট ১৩গৰাকী জিলা সম্পদ ব্যক্তিৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচৰা হৈছে
SoFED ত্ৰিপুৰা নিযুক্তি ২০২১ - ১৩ জিলা সম্পদ ব্যক্তিৰ পদ খালী
Published on

ছছাইটি ফৰ এণ্টাৰপ্ৰিনিউৰশ্বিপ ডেভেলপমেণ্ট :

ছছাইটি ফৰ এণ্টাৰপ্ৰিনিউৰশ্বিপ ডেভেলপমেণ্ট হৈছে ত্ৰিপুৰা চৰকাৰৰ অধীনত পৰিচালিত উদ্যোগ আৰু বাণিজ্য বিভাগৰ এক স্বায়ত্তশাসিত প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠান ছছাইটিছ ৰেজিষ্ট্ৰেচন এক্ট ১৮৬০ৰ অধীনত পঞ্জীভূত আৰু ইয়াৰ প্ৰতিস্থাপন কৰা হৈছিল চন ২০০১ত।

ছছাইটি ফৰ এণ্টাৰপ্ৰিনিউৰশ্বিপ দেভেলপমেণ্ট পদ খালী :

ছছাইটি ফৰ এণ্টাৰপ্ৰিনিউৰশ্বিপ ডেভেলপমেণ্ট শেহতীয়াভাবে ১৩গৰাকী জিলা সম্পদ ব্যক্তিৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ নাম

জিলা সম্পদ ব্যক্তি

খালী পদ

১৩

অৱস্থান

আগৰতলা, ত্ৰিপুৰা

দৰমহা 

নিয়মাৱলী অনুসৰি

অন্তিম তাৰিখ

৩১/১২/২০২১

বয়স

বয়সৰ কোনো সীমাবদ্ধতা নাই 

শিক্ষাগত আৰু অন্যান্য অৰ্হতা :

ডিপ্লোমা/ ফুড টেকনলজীত ডিগ্ৰী/ কোনো স্বীকৃতি প্ৰাপ্ত অনুষ্ঠান/ আন্তঃ ৰাষ্ট্ৰীয় অনুষ্ঠানৰ পৰা খাদ্য অভিযান্ত্ৰিক বিষয়ত উত্তীৰ্ণ।

খাদ্য প্ৰক্ৰিয়া উদ্যোগ সমূহত টেকনলজি উন্নয়ন, নতুন সামগ্ৰী উন্নয়ন, গুণাগুণ মান, খাদ্য সুৰক্ষা ব্যৱস্থাপনাৰ নূন্যতম ৩ - ৫বছৰীয়া অভিজ্ঞতা।

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত নিজৰ আৱেদন পত্ৰ আৰু সকলো প্ৰয়োজনীয় নথিপত্ৰ সদস্য সম্পাদকৰ কাৰ্য্যালয়, SoFED, আই টি আই পথ, ইন্দ্ৰনগৰ, আগৰতলা - ৭৯৯০০৬ লৈ প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com