ভাৰতীয় ৰেল বিভাগৰ ডি এম ডাব্লিউ শাখাত নিযুক্তি ২০২০

ভাৰতীয় ৰেল বিভাগৰ ডি এম ডাব্লিউ শাখাত নিযুক্তি ২০২০
Published on: 

ভাৰতীয় ৰেল বিভাগৰ ডি এম ডাব্লিউ শাখাত নিযুক্তি ২০২০

ভাৰতীয় ৰেল বিভাগৰ অধীনস্থ ডিজেল ল'ক মডাৰ্নাইজেচন ৱৰ্ক চমুকৈ ডি এম ডাব্লিউ শাখাত ১৮২ টা শিক্ষানবিচৰ পদত নিযুক্তি ৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম: ইলেক্ট্রিচিয়ান, মেকানিক, মেচিনিষ্ট, ফিটাৰ আৰু ৱেল্ডাৰ

পদৰ সংখ্যা: ১৮২

শিক্ষাগত অৰ্হতা: ৫০% নম্বৰসহ দ্বাদশ শ্রেণীত উৰ্ত্তীণ হোৱাৰ লগতে নিৰ্দিষ্ট শাখাত আই টি আই/ এন চি ভি টি ডিগ্ৰীধাৰী হব লাগিব।

বয়স: ১৫ ৰ পৰা ২৪ বছৰ ভিতৰত হোৱা প্ৰয়োজন(৫ বছৰ এচ টি /এচ চি/পি ডাব্লিউ ডি প্ৰাৰ্থীৰ বাবে ৰেহাই, ৩ বছৰ অবিচি / এম অ বি চি প্ৰাৰ্থীৰ বাবে ৰেহাই)

আবেদনৰ মাচুল: ১০০/- টকা

আবেদনৰ শেষ তাৰিখ: ২৬/০৩/২০২০

প্ৰাৰ্থীসকলে অনলাইন আবেদনৰ বাবে www.dmw.indianrailways.gov.in ৱেবচাইতত চাব পাৰিব।

সৱিশেষ জানিবলৈ: www.dmw.indianrailways.govt.in

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com