DRDO CVRDE-ত কনিষ্ঠ গৱেষণা সভ্যৰ পদ খালী

ডি আৰ ডি অ'-ৰ যুদ্ধ বাহন গৱেষণা আৰু বিকাশ প্ৰতিষ্ঠাপন (DRDO CVRDE)-ই জে আৰ এফ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
DRDO CVRDE-ত কনিষ্ঠ গৱেষণা সভ্যৰ পদ খালী
Published on

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা( ডি আৰ ডি অ')-ৰ যুদ্ধ বাহন গৱেষণা আৰু বিকাশ প্ৰতিষ্ঠাপন (DRDO CVRDE)-ৰ বিষয়েঃ 

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা( ডি আৰ ডি অ')-ৰ যুদ্ধ বাহন গৱেষণা আৰু বিকাশ প্ৰতিষ্ঠাপন (DRDO CVRDE)-এ অস্ত্ৰযুক্ত যুঁজাৰু বাহন (এ এফ ভি)-ৰ মানবযুক্ত আৰু মানৱবিহীন প্ৰকাৰৰ তৈয়াৰ সৈতে জডি়ত। hull, turret, mechanical systems, সংবহণ, ৰাণিং গীয়াৰ ছিষ্টেম, অস্ত্ৰীকৰণ ব্যৱস্থা, বন্দুক নিয়ন্ত্ৰণ ব্যৱস্থা, অগ্নি-নিৰ্বাপণ ব্যৱস্থা বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক ছিষ্টেম ( ভেট্ৰোনিক্স) আৰু ইয়াৰ সৈতে সম্পৰ্কিত প্ৰযুক্তি উত্পাদনত ডি আৰ ডি অ'ৰ দক্ষতা আছে। বিভিন্ন এ এফ ভি আৰু এইসমূহৰ তন্ত্ৰৰ ছিষ্টেম ইনটিগ্ৰেচন আৰু ক্ষেত্ৰ মূল্যায়নৰ সক্ষমতা ডি আৰ ডি অ'ৰ আছে। 

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা( ডি আৰ ডি অ')-ৰ যুদ্ধ বাহন গৱেষণা আৰু বিকাশ প্ৰতিষ্ঠাপন (DRDO CVRDE)-ৰ নিযুক্তি ২০২২ঃ 

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা( ডি আৰ ডি অ')-ৰ যুদ্ধ বাহন গৱেষণা আৰু বিকাশ প্ৰতিষ্ঠাপন (DRDO CVRDE)-ই কনিষ্ঠ গৱেষণা সভ্য ( জে আৰ এফ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

আগ্ৰহী  প্ৰাথীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম 

কনিষ্ঠ গৱেষণা সভ্য ( জে আৰ এফ)

খালী পদৰ সংখ্যা 

২ টা। 

বয়সৰ সীমা

৩০-১২-২০২১ত সৰ্বোচ্চ ৩৩ বছৰ। 

দৰমহা 

প্ৰতি মাহে ৩১ হেজাৰ টকা।  

নিযুক্তিৰ স্থান

চেন্নাই, তামিলনাডু। 

অন্তিম তাৰিখ

২৭ জানুৱাৰী, ২০২২

ৱেবছাইট 

drdo.gov.in


শিক্ষাগত অৰ্হতা: স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা বি ই / বি টেক/ এম ই/ এম টেক হব লাগিব। 

আবেদনৰ প্ৰক্ৰিয়া :

●প্ৰথমে, অফিচিয়েল ৱেবছাইট drdo.gov.in চাওক ●

আৰু আপুনি আবেদন কৰিব লগা  নিযুক্তি বা কেৰিয়াৰ অপচন চাওক।

● জে আৰ এফ অপচন খোলক আৰু যোগ্যতা পৰীক্ষা কৰক।

●আবেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

●কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

●আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু অন্তিম তাৰিখত বা তাৰ আগতে পোৱাকৈ আবেদন প্ৰেৰণ কৰক ( শেষ তাৰিখঃ ২৭ জানুৱাৰী, ২০২২)

আবেদনৰ নম্বৰ বা স্বীকৃতিপ্ৰাপ্তিৰ নম্বৰ সংগ্ৰহ কৰিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com