Begin typing your search above and press return to search.

DRDO CVRDE-ত কনিষ্ঠ গৱেষণা সভ্যৰ পদ খালী

ডি আৰ ডি অ'-ৰ যুদ্ধ বাহন গৱেষণা আৰু বিকাশ প্ৰতিষ্ঠাপন (DRDO CVRDE)-ই জে আৰ এফ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

DRDO CVRDE-ত কনিষ্ঠ গৱেষণা সভ্যৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Dec 2021 7:32 AM GMT


প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা( ডি আৰ ডি অ')-ৰ যুদ্ধ বাহন গৱেষণা আৰু বিকাশ প্ৰতিষ্ঠাপন (DRDO CVRDE)-ৰ বিষয়েঃ

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা( ডি আৰ ডি অ')-ৰ যুদ্ধ বাহন গৱেষণা আৰু বিকাশ প্ৰতিষ্ঠাপন (DRDO CVRDE)-এ অস্ত্ৰযুক্ত যুঁজাৰু বাহন (এ এফ ভি)-ৰ মানবযুক্ত আৰু মানৱবিহীন প্ৰকাৰৰ তৈয়াৰ সৈতে জডি়ত। hull, turret, mechanical systems, সংবহণ, ৰাণিং গীয়াৰ ছিষ্টেম, অস্ত্ৰীকৰণ ব্যৱস্থা, বন্দুক নিয়ন্ত্ৰণ ব্যৱস্থা, অগ্নি-নিৰ্বাপণ ব্যৱস্থা বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক ছিষ্টেম ( ভেট্ৰোনিক্স) আৰু ইয়াৰ সৈতে সম্পৰ্কিত প্ৰযুক্তি উত্পাদনত ডি আৰ ডি অ'ৰ দক্ষতা আছে। বিভিন্ন এ এফ ভি আৰু এইসমূহৰ তন্ত্ৰৰ ছিষ্টেম ইনটিগ্ৰেচন আৰু ক্ষেত্ৰ মূল্যায়নৰ সক্ষমতা ডি আৰ ডি অ'ৰ আছে।

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা( ডি আৰ ডি অ')-ৰ যুদ্ধ বাহন গৱেষণা আৰু বিকাশ প্ৰতিষ্ঠাপন (DRDO CVRDE)-ৰ নিযুক্তি ২০২২ঃ

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা( ডি আৰ ডি অ')-ৰ যুদ্ধ বাহন গৱেষণা আৰু বিকাশ প্ৰতিষ্ঠাপন (DRDO CVRDE)-ই কনিষ্ঠ গৱেষণা সভ্য ( জে আৰ এফ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

আগ্ৰহী প্ৰাথীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

কনিষ্ঠ গৱেষণা সভ্য ( জে আৰ এফ)

খালী পদৰ সংখ্যা

২ টা।

বয়সৰ সীমা

৩০-১২-২০২১ত সৰ্বোচ্চ ৩৩ বছৰ।

দৰমহা

প্ৰতি মাহে ৩১ হেজাৰ টকা।

নিযুক্তিৰ স্থান

চেন্নাই, তামিলনাডু।

অন্তিম তাৰিখ

২৭ জানুৱাৰী, ২০২২

ৱেবছাইট

drdo.gov.in


শিক্ষাগত অৰ্হতা: স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা বি ই / বি টেক/ এম ই/ এম টেক হব লাগিব।



আবেদনৰ প্ৰক্ৰিয়া :


●প্ৰথমে, অফিচিয়েল ৱেবছাইট drdo.gov.in চাওক ●

আৰু আপুনি আবেদন কৰিব লগা নিযুক্তি বা কেৰিয়াৰ অপচন চাওক।

● জে আৰ এফ অপচন খোলক আৰু যোগ্যতা পৰীক্ষা কৰক।

●আবেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

●কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

●আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু অন্তিম তাৰিখত বা তাৰ আগতে পোৱাকৈ আবেদন প্ৰেৰণ কৰক ( শেষ তাৰিখঃ ২৭ জানুৱাৰী, ২০২২)

আবেদনৰ নম্বৰ বা স্বীকৃতিপ্ৰাপ্তিৰ নম্বৰ সংগ্ৰহ কৰিব।



আৰু চাব পাৰে:CPGSAS মেঘালয়ত নিযুক্তি ২০২২ -গৰাকী জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ পদখালী


Next Story
চাকৰি