কাৰিকৰী শিক্ষা সঞ্চালকৰ কাৰ্যালয়,অসমত নিযুক্তি ২০২০
কাৰিকৰী শিক্ষা সঞ্চালক, অসম ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় ৰ বাবে গ্ৰেড- IV ( বেৰিয়াৰ, পিয়ন,চকীদাৰ, ৱৰ্কচপ জুগালী) খালি পদ সমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম : গ্ৰেড- IV
পদৰ সংখ্যা: ৩০UR: ১২, OBC: ৮, SC: ২, ST(p):৩, ST(h):২, EWS: ৩]
দৰমহা: ১২,০০০/- ৰ পৰা ৫২,০০০/- টকা +গ্ৰেড পে ৩৯০০/- টকা
শিক্ষাগত অৰ্হতা: ক্লাচ-৮
বয়স: ১৮ ৰ পৰা ৩৮ বছৰ (০১/০১/২০২০)
বাচনি প্ৰক্ৰিয়া:
১/ বাচি উলিওৱা প্ৰাৰ্থীসকলক লিখিত পৰীক্ষাত অৱৰ্তীণ হব।
২/লিখিত পৰীক্ষাৰ তাৰিখ বাতৰি কাকত অথবা ৱেবচাইটত যোগে জনোৱা হব।
৩/ TA/DA প্ৰদান কৰা হব।
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে Directorate of Technical Education , Assam ৰ www.dte.assam.giv.in ৱেবচাইটত ত আবেদন কৰিব লাগিব।
আবেদনৰ শেষ তাৰিখ: ০৩/০৩/২০২০
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : click here
অন্য খবৰৰ বাবে পঢ়ক : গুৱাহাটী উচ্চ ন্যায়ালয়ত নিযুক্তি ২০২০