দুধনৈ মহাবিদ্যালয় গোৱালপাৰাত নিযুক্তি ২০২০

দুধনৈ মহাবিদ্যালয় গোৱালপাৰাত নিযুক্তি ২০২০

দুধনৈ মহাবিদ্যালয় গোৱালপাৰাত নিযুক্তি ২০২০

দুধনৈ মহাবিদ্যালয় গোৱালপাৰাত সহকাৰী অধ্যাপকৰ খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা কলেজ কৰ্তৃপক্ষই আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক(অসমীয়া, দৰ্শন বিজ্ঞান,পৰিসংখ্যা)

পদৰ সংখ্যা: ০৩

শিক্ষাগত অৰ্হতা: ৫৫ % নম্বৰসহ স্নাতকোত্তৰ, UGC ৰ অধীনত NET/SELT/SET উৰ্ত্তীণ হব লাগিব।

বয়স: ৩৮ বছৰ

আবেদনৰ শেষ তাৰিখ: ১১/০৩/২০২০

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহৰ সৈতে ২০০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে Principal, Dudhnoi College, Goalpara, payable at UCO Sank, Dudhnoi Branch must reach the Principal, Dudhnoi College ঠিকনাত বিজ্ঞাপন প্ৰকাশৰ ১৫ [23/02/2020] দিনৰ ভিতৰত পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ: ১১/০৩/২০২০

অন্য খবৰৰ বাবে পঢ়ক:টিহু কলেজত নিযুক্তি ২০২০

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com