টিহু কলেজত নিযুক্তি ২০২০

টিহু কলেজত নিযুক্তি ২০২০
Published on

টিহু কলেজত নিযুক্তি ২০২০

টিহু কলেজত সহকাৰী অধ্যাপকৰ খালি পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা কলেজ কৰ্তৃপক্ষই আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক( অসমীয়া, ৰাসায়ন বিজ্ঞান, শিক্ষা, ভূগোল, গণিত)

পদৰ সংখ্যা: ০৫

দৰমহা: ১৫,৬০০ ৰ পৰা ৩৯,১০০/- টকা প্ৰতি মাহ

শিক্ষাগত অৰ্হতা: ৫৫% নম্বৰসহ স্নাতকোত্তৰ লগতে UGC/CSIRৰ অধীনত NET/SELT/SET উৰ্ত্তীণ অথবা Ph.D ডিগ্রীধাৰী হব লাগিব।

বয়স: ৩৮ বছৰ

আবেদনৰ শেষ তাৰিখ: ৭/০৩/২০২০

সৱিশেষ জানিবলৈ: Click Here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com