নিৰ্বাচন আয়োগত ডাটা এণ্ট্ৰী অপাৰেটৰৰ পদখালী

নিৰ্বাচন আয়োগে ডাটা এণ্ট্ৰী অপাৰেটৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
নিৰ্বাচন আয়োগত ডাটা এণ্ট্ৰী অপাৰেটৰৰ পদখালী
Published on: 

দৰমহাঃ মাহিলীঃ ২৯,২০০টকাৰ পৰা ৯২,৩০০টকা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰ ।

আবেদনৰ নিয়মঃ আগ্ৰহী আৰু অৰ্হতাসম্প্ন্ন প্ৰাৰ্থীয়ে অৱশিষ্ট-এত সংলগ্ন প-পত্ৰৰ জৰিয়তে আবেদন জনাব পাৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com