Begin typing your search above and press return to search.

চিকিত্সা-স্বাস্থ্য নিযুক্তি ব'ৰ্ডৰ চাকৰিৰ আবেদন আহ্বান

অসমৰ চিকিত্সা আৰু স্বাস্থ্য নিযুক্তি ব’ৰ্ডে চিকিত্সা বিষয়া(critical care) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

চিকিত্সা-স্বাস্থ্য নিযুক্তি বৰ্ডৰ চাকৰিৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Sep 2020 1:51 PM GMT

খালী পদৰ সংখ্যাঃ ১৬৯টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১ আগষ্ট,২০২০।

নিযুক্তিৰ স্থানঃ অসম।

বয়সৰ সীমাঃ ২০২০ৰ ০১ জানুৱাৰীত ২১ বছৰতকৈ কম আৰু ৩৮বছৰতকৈ অধিক হ'ব নালাগিব।

দৰমহা গাঁথনিঃ মাহিলী ৩০হেজাৰ টকাৰ পৰা ১ লাখ ১০ হেজাৰ টকা।

গ্ৰেড পে ১২,৭০০টকা।

প্ৰাৰ্থী বাছনিঃ মৌখিক সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ অহা ১০ চেপ্টেম্বৰলৈকে আবেদন গ্ৰহণ কৰা হ'ব।

শিক্ষাগত অৰ্হতাঃ অন্ততঃ এম বি বি এছ।

আবেদন জনোৱাৰ বাবে https://nhm.assam.gov.in.চাওক।

আৰু চাব পাৰেঃ বিভিন্ন অভিযান্ত্ৰিক প্ৰতিষ্ঠানত চতুৰ্থবৰ্গৰ পদখালী

Next Story
চাকৰি