Begin typing your search above and press return to search.

IISER ভূপালত নিযুক্তি : ফিল্ড ৱৰ্কাৰৰ পদ খালী

উপযুক্ত প্ৰাৰ্থী সকলক ফিল্ড ৱৰ্কাৰৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ হেতু আৱেদন দাখিল কৰিবলৈ আহ্বান কৰা হৈছে

IISER ভূপালত নিযুক্তি : ফিল্ড ৱৰ্কাৰৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Dec 2021 11:08 AM GMT

IISER ভূপালৰ বিষয়ে:

IISER ভূপালৰ নিৰ্মাণ কৰা হৈছিল ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত। এই প্ৰস্তিষ্ঠানৰ মূল লক্ষ্য শিক্ষা তথা বিজ্ঞান তথা প্ৰাসংগিক ক্ষেত্ৰত গৱেষণাৰ অনুমোদন কৰা। IISER ৰ প্ৰথম দুখন পুনে আৰু কলকাতাত নিৰ্মাণ কৰা হৈছিল ২০০৬চনত। আৰু IISER ভূপালৰ নিৰ্মাণ কৰা হৈছিল ২০০৮চনত। NITSER অধিনিয়ম ২০১৪ অনুসৰি প্ৰতি খন IISER ক স্বায়ত্ত্ব শাসিত অনুষ্ঠান ৰূপে ঘোষণা কৰা হৈছিল।

IISER ভূপালত পদ খালী:

IISER ভূপালত শেহতীয়া ভাৱে ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সকলক ফিল্ড ৱৰ্কাৰৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ হেতু আৱেদন দাখিল কৰিবলৈ আহ্বান কৰা হৈছে। ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন পত্ৰ দাখিল কৰিব লাগিব।

পদৰ সবিশেষ তলত উল্লেখিত কৰা হৈছে:

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

ফিল্ড ৱৰ্কাৰ

পদ

০৩

দৰমহা

১৮,০০/- টকা, প্ৰতি মাহে

অৱস্থান

আছাঞ্চল, দুৰ্গাপুৰ, ৰাণীগঞ্জ - ৱেষ্ট বেংগল

বয়স

৩০বছৰ, ১৫/১২/২০২১ৰ মতে

বাছনি প্ৰক্ৰিয়া

বাছনি প্ৰক্ৰিয়া

অন্তিম তাৰিখ

অন্তিম তাৰিখ

ৱেবছাইট

iiserb.ac.in


শিক্ষাগত আৰু অন্যান্য অৰ্হতা:

শিক্ষাগত অৰ্হতা:

কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বায়ুমণ্ডলীয় বিজ্ঞান/ পৰিবেশ বিজ্ঞান বিষয়ত নূন্যতম ৬০% নম্বৰ সহ B. Sc উত্তীৰ্ণ।

অভিজ্ঞতা:

পি এম বিশেষ নমুনা আৰু বতৰ বিজ্ঞান সম্পৰ্কীয় সামগ্ৰী সমূহৰ জ্ঞান আৰু তত্বাৱধানৰ অভিজ্ঞতা থকা প্ৰাৰ্থী সকলক প্ৰাধান্য দিয়া হ'ব।

তলত উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক:

• অফিচিয়েল ৱেবচাইট iiserb.ac.in লৈ যাওক

• IISER নিযুক্তি বা কেৰিয়াৰ যোগে আৱেদন কৰিব বিচৰা পদ বাছনি কৰক

• আৱেদন পূৰণ কৰাৰ পূৰ্বে অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰক

• উপযুক্ত প্ৰাৰ্থী সকলে শুদ্ধ তথ্যৰে আৱেদন পূৰণ কৰক

• আৱেদন মাছুল পৰিশোধ কৰি, আৱেদন জমা কৰক আৰু ভৱিষ্যতৰ প্ৰয়োজন অনুসৰি আৱেদন সংখ্যা মনত ৰাখক

আৱেদন প্ৰক্ৰিয়া:

এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত নিজৰ আৱেদন পত্ৰ দাখিল কৰিব পৰিব। প্ৰাৰ্থীয়ে নিজৰ আৱেদন পত্ৰ, প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে উল্লেখিত ঠিকনা লৈ বা ইমেইল যোগে প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : প্ৰফেছৰ, পৃথিৱী আৰু পৰিবেশ বিজ্ঞান, কক্ষ নং ২৯, প্ৰশাসনিক চৌহদ ২, IISER ভূপাল, ভূপাল ৪৬২০৬৬, মধ্য প্ৰদেশ, ভাৰত।

ইমেইল : ramyasr@iiserb.ac.in


আৰু পঢ়ক: ভাৰতীয় বায়ু সেনাৰ কমিছনড বিষয়া নিযুক্তি


Next Story
চাকৰি