খালী পদৰ সংখ্যাঃ ০৪টা।
দৰমহাঃ ১৫ হেজাৰ টকাৰ পৰা ৪৯,০০০টকা আৰু ৮,৭০০টকাৰ গ্ৰেড পে।
বয়সৰ সীমাঃ ০১-০১-২০২০ত ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৯-২০২০।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ অসম পেট্ৰোকেমিকেল লিমিটেডত চিকিত্সা বিষয়াৰ প্ৰয়োজন