গুৱাহাটী উচ্চ ন্যায়ালয়ত আইনী ক্লাৰ্কৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
গুৱাহাটী উচ্চ ন্যায়ালয়ত আইনী ক্লাৰ্কৰ পদখালী
Published on: 

গুৱাহাটী উচ্চ ন্যায়ালয়ত, আইনী মহৰীৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : আইনী ক্লাৰ্ক । 

খালী পদৰ সংখ্যা : ১২

বয়স : ৪০ - ৫০বছৰ

দৰমহা : ২০,০০০ টকা, মাহিলী

নিযুক্তিৰ স্থান : গুৱাহাটী, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৬/০৯/২০২১

আবেদনৰ মাছুল : PWD : নিল

SC/ ST : ১৫০টকা

জেনেৰেল আৰু অন্য : ৩০০টকা

মাছুল প্ৰক্ৰিয়া : চালান

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা LLB ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদক আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অফিচিয়েল ৱেবচাইটৰ জৰিয়তে নিজৰ আবেদন পত্ৰ দাখিল কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব ০৬/০৯/২০২১ আৰু আবেদন দাখিল অন্তিম তাৰিখ হ'ল ১৬/০৯/২০২১।

ৱেবচাইট : ghconline.goc.in

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com