গুৱাহাটী বিশ্ববিদ্যালয়ৰ গেষ্ট ফেকাল্টি পদৰ বাবে নিযুক্তি ২০২০

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গেষ্ট ফেকাল্টি পদৰ বাবে নিযুক্তি ২০২০
Published on: 

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গেষ্ট ফেকাল্টি পদৰ বাবে নিযুক্তি ২০২০

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগ আৰু ৰিচাৰ্চ মেঠড'লজিত গেষ্ট ফেকাল্টি পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: গেষ্ট ফেকাল্টি(পৰিৱেশ বিজ্ঞান)

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: স্নাতকোত্তৰ

বয়স: কোনো বয়স সীমা নাই

পদৰ নাম: গেষ্ট ফেকাল্টি ( ৰিচাৰ্চ মেঠড'লজি)

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: স্নাতকোত্তৰ

বয়স: কোনো বয়স সীমা নাই

বাচনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰৰ জৰিয়তে বাচনি কৰি উলিওৱা হব।

আবেদনৰ শেষ তাৰিখ: ২২/০৩/২০২০

অধিক জানিবৰ বাবে: Click Here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com