Begin typing your search above and press return to search.

কেন্দ্রীয় বিদ্যালয় এন আই টি, শিলচৰত নিযুক্তি ২০২০

কেন্দ্রীয় বিদ্যালয় এন আই টি, শিলচৰত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Feb 2020 10:29 AM GMT

কেন্দ্রীয় বিদ্যালয় এন আই টি, শিলচৰত নিযুক্তি ২০২০

কেন্দ্রীয় বিদ্যালয়,এন আই টি, শিলচৰত পি জি টি, টি জি টি, আৰু অন্য পদ সমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

১/পোষ্ট গ্ৰেজুৱেট টিচাৰ্চ (PGT)

বিষয়: ইংৰাজী, হিন্দী, গণিত, ভূগোল, জীৱ বিজ্ঞান, ৰাসায়ন বিজ্ঞান,কম্পিউটাৰ বিজ্ঞান

সাক্ষাৎকাৰৰ তাৰিখ: ২৫/০২/২০২০

২/ ট্ৰেইনড গ্ৰেজুৱেট টিচাৰ্চ (TGT)

বিষয়: বিজ্ঞান, ইংৰাজী, সমাজ বিজ্ঞান, গণিত, সংস্কৃত, হিন্দী, ।

সাক্ষাৎকাৰৰ তাৰিখ: ২৬/০২/২০২০

৪/ কম্পিউটাৰ প্ৰশিক্ষক

সাক্ষাৎকাৰৰ তাৰিখ: ২৬/০২/২০২০

৩/ প্ৰাথমিক শিক্ষক, নাৰ্চ, কাউন্সেলাৰ, যোগ প্ৰশিক্ষক, নৃত্য প্ৰশিক্ষক

সাক্ষাৎকাৰৰ তাৰিখ: ২৭/০২/২০২০

দৰমহা : Remuneration as per KVS Norms.

বযস: ৬৫ বছৰ পৰ্যন্ত।

কেনেদৰে আবেদন কৰিব: ইচ্ছুক প্ৰাৰ্থী সকলে প্ৰয়োজনীয় নথিপত্ৰ সমূহৰ সৈতে কেন্দ্রীয় বিদ্যালয় এন আই টি, শিলচৰত ৰাতিপুৱা বজাত সাক্ষাৎকাৰৰ দিনা উপস্থিত হব লাগিব।সাক্ষাৎকাৰৰ দিনা TA প্ৰদান কৰা নহব।

ৱা্ক-ইন-ইন্টাৰভিউ: ২৫/০২/২০২০ ৰ পৰা ২৭/০২/২০২০

অধিক জানিবৰ বাবে www.kvnitsilchar.org ৱেবচাইটত চাব পৰিব ।

সবিশেষ জানিবলৈ : click here

অন্য খবৰৰ বাবে পঢ়ক : ধেমাজিৰ জিলা আইন সেৱা প্ৰাধিকৰণত নিযুক্তি ২০২০

Next Story
চাকৰি