গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগত অধ্যাপকৰ পদখালী

গুৱাহাটী বিশ্ববিদ্যালয়ে বিভিন্ন বিভাগৰ অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগত অধ্যাপকৰ পদখালী
Published on: 

খালী পদৰ সংখ্যাঃ ৩০টা।

দৰমহাঃ মাহিলী ৫৭,৭০০ টকাৰ পৰা ১,৮২,৪০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৭.০৬.২০২০।

সবিশেষ জানিবলৈ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.gauhati.ac.in চাব পাৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com