ভি.কে.এন.আৰ.এল. স্কুল অৱ নাৰ্চিং, বিবেকানন্দ কেন্দ্ৰ আৰু নোমলিগড় শোধনাগাৰৰ যুটীয়া প্ৰচেষ্টাৰে গঢ় দিয়া মহিলা বিকাশৰ এটি অনুষ্ঠান।
ভি.কে.এন.আৰ.এল. স্কুল অফ নাৰ্চিঙত নামভৰ্তি :
ভি.কে.এন.আৰ.এল. স্কুল অফ নাৰ্চিংত, শেহতীয়াভাবে ০৩বছৰীয়া পাঠ্যক্ৰমৰ বাবে অফিচিয়েল নামভৰ্তিৰ অধিসূচনা মুকলি কৰিছে।
পাঠ্যক্ৰমৰ নাম | জেনেৰেল নাৰ্ছিং আৰু মিডৱাইফেৰী (জি.এন. এম.) |
অনুষ্ঠানৰ নাম | ভি.কে.এন.আৰ.এল. স্কুল অফ নাৰ্চিং, নুমলিগড় |
খালী স্থান | ৪০টা |
আৰক্ষিত স্থান | অনুসূচিত জাতি ৭% অনুসূচিত জনজাতিৰ (পি) ১০% অনুসূচিত জনজাতি (পাহাৰ) ৫% অ.বি.চি./ এম.অ.বি.চি. ১৫% ই.দাব্লিউ.এছ. ১০% |
পাঠ্যক্ৰমৰ সময়সীমা | ০৩বছৰ |
সংযুক্ত সংস্থান | অসম নাৰ্চেছ মিডৱাইভচ্ এণ্ড হেল্থ ভিজিতিৰ্চ কাউন্সিল, গুৱাহাটী এণ্ড ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল, নতুন দিল্লী |
আবেদনৰ ধৰণ | অনলাইন |
লিংগ | কেৱল মহিলাৰ বাবে |
নাগৰিকত্ব | কেৱল ভাৰতীয় নাগৰিক |
বয়স | ১৭ - ৩৫বছৰ, ৩১/১২/২০২১ৰ মতে |
শিক্ষাগত অৰ্হতা | > স্বীকৃতি প্ৰাপ্ত বৰ্ডৰ পৰা ইংৰাজী বিষয় সহ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ আৰু বাছনি পৰীক্ষাত নূন্যতম ৪০% নম্বৰ প্ৰাপ্ত আৰু বিশেষকৈ ইংৰাজী। > ইংৰাজী বিষয় সহ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ আৰু ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল দ্বাৰা স্বীকৃতিপ্ৰাপ্ত স্কুলৰ পৰা ভোকেচনেল এ.এন.এম. পাঠ্যক্ৰমত ৪০% নম্বৰ সহ উত্তীৰ্ণ। > পাছ মাৰ্ক সহ পঞ্জীয়ন এ.এন.এম. । |
আবেদনৰ মাছুল | ১০০/- টকা |
আৱেদন প্ৰক্ৰিয়া : উল্লেখিত পদ সমূহত আৱেদন দাখিল কৰিবলৈ তলত উল্লেখ কৰা নিয়মাৱলী অনুকৰণ কৰক।
> তললৈ যাওঁক ৱেব লিংক খণ্ডলৈ যাওঁক
> অনলাইন এপ্লিকেচন লিংক খোলক আৰু পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক
> অনলাইন এপ্লিকেচন লিংক খোলক আৰু লগ ইন কৰক
> ব্যক্তিগত আৰু শিক্ষাগত অৰ্হতা সমূহ প্ৰয়োজনীয় ভাৱে পূৰণ কৰক
> আৱেদন মাছুল পৰিশোধ কৰক
> জমা কৰক
> আবেদনৰ এটি প্ৰতিলিপি সংগ্ৰহ কৰক
গুৰুত্বপূৰ্ণ তাৰিখ সমূহ :
> আৱেদন জমা কৰা আৰম্ভণি তাৰিখ : ২৫ অক্টোবৰ ২০২১
> আৱেদন জমা কৰা অন্তিম তাৰিখ : ০৭ নৱেম্বৰ ২০২১
> প্ৰবেশ পৰীক্ষাৰ তাৰিখ : ১৯ নৱেম্বৰ ২০২১ (শুকুৰবাৰ)
> পাঠ্যক্ৰমৰ আৰম্ভণি : ০২ জানুৱাৰী ২০২২।
আৰু চাব পাৰেঃ বায়োমেডিকেল টেকনিচিয়ানৰ বাবে টাটা মেমোৰিয়েলৰ প্ৰতিষ্ঠানৰ আবেদন আহ্বান