Begin typing your search above and press return to search.

অভিযন্তা, গ্ৰাফিক ডিজাইনাৰ নিযুক্তিৰ বাবে হায়াত হাস্পতালৰ আবেদন আহ্বান

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ

অভিযন্তা, গ্ৰাফিক ডিজাইনাৰ নিযুক্তিৰ বাবে হায়াত হাস্পতালৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Nov 2021 9:45 AM GMT


হায়াত হাস্পতালৰ বিষয়ে :

গুৱাহাটীৰ হায়াত হাস্পতাল হৈছে উত্তৰ-পূবৰ এখন আগশাৰীৰ চিকিত্সালয়। এই হাস্পতালত বিশেষজ্ঞ চিকিত্সক, নাৰ্চ, পেৰামেডিকেল কৰ্মচাৰী, অভিজ্ঞ আৰু প্ৰশিক্ষিত হেলথকেয়াৰ মেনেজাৰ আদি আছে। ইয়াৰ জৰিয়তে ইয়ে প্ৰতিষ্ঠা অৰ্জন কৰিছে।

হায়াত হাস্পতালে শেহতীয়াভাবে গুৱাহাটীত চিবিল অভিযন্তা আৰু গ্ৰাফিক ডিজাইনাৰৰ ৬ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

হায়াত হাস্পতালত পদখালী :

হায়াত হাস্পতালে শেহতীয়াভাবে গুৱাহাটীত চিবিল অভিযন্তা আৰু গ্ৰাফিক ডিজাইনাৰৰ ৬ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ সবিশেষ, অৰ্হতা, দৰমহা আদিৰ বিষয়ে তলত সবিশেষ তথ্য পাবঃ

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ

ভাৰতীয় কৃষি গৱেষণা অনুষ্ঠানত পদ খালী

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

১) চিবিল অভিযন্তা, (২) গ্ৰাফিক ডিজাইনাৰ (মহিলা)

খালী পদৰ সংখ্যা

চিবিল অভিযন্তাৰ ৪ টা আৰু গ্ৰাফিক ডিজাইনাৰৰ ২ টা।

স্থান

গুৱাহাটী, অসম.

বয়স

উল্লেখ নাই।

দৰমহা

উল্লেখ নাই।

অন্তিম তাৰিখ

১৭ /১১/২০২১

আবেদন প্ৰক্ৰিয়া

ই-মেইল।

শিক্ষাগত অৰ্হতা :

১) চিবিল অভিযন্তাঃ • চিবিল ইঞ্জিনীয়াৰিঙৰ বি ই/ ডিপ্লমা।

• ন্যূনতম অভিজ্ঞতাঃ ০-১ বছৰ।

২) গ্ৰাফিক ডিজাইনাৰঃ বি এ / বি এছ চি। ন্যূনতম অভিজ্ঞতা: গ্ৰাফিক ডিজাইনিং আৰু Illustrator, Adobe Photoshop, Adobe after effects, Adobe Premiere Pro, Graphics, Motion Graphic Designing Developing marketing & Design Collaterals, Developing Graphic video for social media Platforms & Digital Marketing-ত ২-৩ বছৰৰ অভিজ্ঞতা।


আবেদন প্ৰক্ৰিয়া :

আগ্ৰহী প্ৰাৰ্থীয়ে recruitment@hayathospital.in-লৈ আবেদন প্ৰেৰণ কৰিব পাৰে।

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।




আৰু চাব পাৰে : বিডিএছ আইনী সেৱা গুৱাহাটী নিযুক্তি ২০২১–৭ টা পদখালী


Next Story
চাকৰি