হায়াট চিকিৎসালয়ত কাৰ্যবাহী, হিচাপ পৰীক্ষকৰ পদখালী
হায়াট চিকিৎসালয় গুৱাহাটীত ,০৪ গৰাকী কাৰ্য্যবাহী বিষয়া আৰু লেখা প্ৰশিক্ষকৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

হায়াট চিকিৎসালয়, উত্তৰ - পূৰ্বাঞ্চলৰ এক আগশাৰীৰ চুপাৰ স্পেচিয়েলিতী চিকিৎসালয়। চিকিৎসালয় খবৰ আঁত ধৰিছে বহু বিশেষজ্ঞ চিকিৎসক, নাৰ্চ আৰু সহায়ক ষ্টাফ, অভিজ্ঞ তথা প্ৰশিক্ষিত স্বাস্থ্য কৰ্মীয়ে। সেই চিকিৎসালয় অতি সন্মানীয় আৰু ৰোগীক উচ্চ মানদণ্ডৰ শুশ্ৰূষা প্ৰদান কৰাৰ বাবে অতিকৈ জনাজাত।
হায়াট চিকিৎসালয় গুৱাহাটীত শেহতীয়া ভাৱে, ০৪ গৰাকী কাৰ্য্যবাহী বিষয়া আৰু লেখা প্ৰশিক্ষকৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল। পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
পদৰ নাম : কাৰ্যবাহী - (বেক অফিচ)
(কেৱল মহিলা প্ৰাৰ্থী)
খালী পদৰ সংখ্যা : ০২টা
পদৰ নাম : হিচাপ পৰীক্ষক।
খালী পদৰ সংখ্যা : ০২টা
দৰমহা : উল্লেখ নাই
বয়স : বয়খৰ কোনো সীমাবদ্ধতা নাই
নিযুক্তিৰ স্থান : গুৱাহাটী, অসম
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ৩০/১০/২০২১
আবেদন প্ৰক্ৰিয়া : ই- মেইল
অৰ্হতা :
কাৰ্য্যবাহী বিষয়া : B. Sc/ M. SC উত্তীৰ্ণ। MS অফিচৰ ভাল জ্ঞান থাকিব লাগিব (ৱৰ্ড, এক্সেল আৰু পাৱাৰ পইন্ট)।
লেখা প্ৰশিক্ষক : B. Com/ M. Com উত্তীৰ্ণ।MS অফিচৰ ভাল জ্ঞান থাকিব লাগিব (ৱৰ্ড, এক্সেল আৰু পাৱাৰ পইন্ট)।
অভিজ্ঞতা : ১ - ২বছৰ।
আবেদন প্ৰক্ৰিয়া : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ (বায়ডাটা) মেইল যোগে প্ৰেৰণ কৰিব লাগিব।
মেইল : recruitment@hayathospital.in
বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ
আৰু চাব পাৰেঃ ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত পদখালী