Begin typing your search above and press return to search.
হিন্দুস্তান এৰোনটিক্স লিমিটেডত পদখালী
হিন্দুস্তান এৰোনটিক্স লিমিটেডে নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে

পদৰ নামঃ এপ্ৰেণ্টিচ, খালী পদৰ সংখ্যাঃ ৮২৬টা।
দৰমহাঃ ৮,০০০-৯০০০টকা।
বয়সৰ সীমাঃ ২৭ বছৰ।
আবেদন দাখিলৰ প্ৰক্ৰিয়াঃ অনলাইন।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮-০৭-২০২১।
আবেদনৰ মাচুলঃ ৫০০টকা। এছ চি-এছ টি আৰু শাৰীৰিকভাৱে অক্ষম প্ৰাৰ্থীয়ে আবেদনৰ মাচুল দিব নালাগে।
ৱেবছাইটঃ hal-india.co.in
শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী অষ্টম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে আই টি আই উত্তীৰ্ণ হব লাগিব। অথবা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হব লাগিব।
চাকৰিৰ খবৰৰ বাবে আৰু চাব পাৰেঃ ভাৰতীয় নৌ সেনাত শ্বৰ্ট চাৰ্ভিছ কমিছন বিষয়া নিযুক্তি
Next Story