Begin typing your search above and press return to search.

IASST Guwahati-ত প্ৰকল্প সহায়ক নিযুক্তিৰ বাবে আবেদন আহ্বান

IASST Guwahati-ত প্ৰকল্প সহায়ক নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

IASST Guwahati-ত প্ৰকল্প সহায়ক নিযুক্তিৰ বাবে আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Sep 2020 1:43 PM GMT

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ কম্পিউটাৰ ছায়েন্স বা আই টিত এম এছ চি বা এম টেক।

প্ৰকল্পৰ নামঃ Development of a software for field test of cervical cancer using pap smear images।

দৰমহাঃ ২০ হেজাৰ টকা।

বয়সৰ সীমাঃ ১৮-০৯-২০২০ত ৩৫ বছৰতকৈ অধিক হব নালাগিব।

প্ৰকল্পৰ সময়ঃ আৰম্ভণীতে ছমাহ আৰু পাছলৈ এবছৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে।

আবেদন lbmahanta@iasst.gov.in বা registrariasst@gmail.com-লৈ প্ৰেৰণ কৰিব পাৰে।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ অসমৰ হাউছফেডত বিভিন্ন ধৰণৰ পদখালী

Next Story