IASST Guwahati-ত প্ৰকল্প সহায়ক নিযুক্তিৰ বাবে আবেদন আহ্বান

IASST Guwahati-ত প্ৰকল্প সহায়ক নিযুক্তিৰ বাবে আবেদন আহ্বান

IASST Guwahati-ত প্ৰকল্প সহায়ক নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।
Published on

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ কম্পিউটাৰ ছায়েন্স বা আই টিত এম এছ চি বা এম টেক।

প্ৰকল্পৰ নামঃ Development of a software for field test of cervical cancer using pap smear images।

দৰমহাঃ ২০ হেজাৰ টকা।

বয়সৰ সীমাঃ ১৮-০৯-২০২০ত ৩৫ বছৰতকৈ অধিক হব নালাগিব।

প্ৰকল্পৰ সময়ঃ আৰম্ভণীতে ছমাহ আৰু পাছলৈ এবছৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে।

আবেদন lbmahanta@iasst.gov.in বা registrariasst@gmail.com-লৈ প্ৰেৰণ কৰিব পাৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com