ইনছলভেন্সী এণ্ড বেংকৰাপ্টচি বোৰ্ড অৱ ইণ্ডিয়াত (IBBI) পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
ইনছলভেন্সী এণ্ড বেংকৰাপ্টচি বোৰ্ড অৱ ইণ্ডিয়াত (IBBI) পদখালী
Published on: 

ইনছলভেন্সী এণ্ড বেংকৰাপ্টচি বোৰ্ড অৱ ইণ্ডিয়াত মহা প্ৰৱন্ধকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।  ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : মহা প্ৰৱন্ধক ।

খালী পদৰ সংখ্যা : ১১টা। 

দৰমহা : ৬৭,৭০০ - ২,১৫,৯০০টকা ( মাহিলী)

বয়স : ৫৫বছৰ

ঠিকনা : সমগ্ৰ ভাৰততে

অন্তিম তাৰিখ : ১০/০৯/২০২১

মেইল : @ibbi.gov.in

শিক্ষাগত অৰ্হতা : এই পদৰ ইচ্ছুক প্ৰাৰ্থীৰ নূন্যতম ১৭বছৰীয়া কাৰ্য্যবাহী অভিজ্ঞতা থাকিব লাগিব, তাৰে নূন্যতম ১০বছৰ আইন,  অৰ্থনীতি, হিচাপ বিদ্যা নতুবা প্ৰশাসনৰ ক্ষেত্ৰত হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া : ইচ্ছুক প্ৰাৰ্থীয়ে আবেদন পত্ৰ পূৰণ কৰি প্ৰয়োজনীয় নথি-পত্ৰৰ সৈতে নিম্নোক্ত ঠিকনা বা মেইল যোগে প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : কাৰ্য্যবাহী নিৰ্দেশক (HR), ৭তম ফ্লৰ, ময়ুৰ ভৱন, কনাট প্লেচ, নতুন দিল্লী - ১১০০০১

মেইল : personnel@ibbi.gov.in

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com