Begin typing your search above and press return to search.

এন আই টি শ্বিলং মেঘালয়ত অধ্যাপকৰ পদ খালী

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো তথ্য চাব পাৰে:

এন আই টি শ্বিলং মেঘালয়ত অধ্যাপকৰ  পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Sep 2021 6:32 AM GMT

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মেঘালয়ে বিভিন্ন বিভাগত অধ্য়াপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো তথ্য চাব পাৰে:

পদৰ নাম- অধ্যাপক (ফেকাল্টী)।

খালী পদ- ১০টা ।

নিযুক্তিৰ স্থান - শ্বিলং, মেঘালয় ।

দৰমহা উল্লেখ কৰা হোৱা নাই ।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ১৫/০৯/২০২১।

বয়সৰ সীমা নাই ।

শিক্ষাগত অৰ্হতা/যোগ্যতা-প্ৰাৰ্থীজনে ০১-১০ বছৰৰ কৰ্ম অভিজ্ঞতাৰ সৈতে পি এইচ ডি কৰিব লাগিব ।

আবেদনৰ প্ৰক্ৰিয়া- আগ্ৰহী আৰু সকলো অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে ৩১ আগষ্ট ২০২১ৰ ১২টাৰ মাজনিশাৰ ভিতৰত প্ৰতিষ্ঠানৰ ৱেবছাইটত উপলব্ধ অনলাইন আবেদন পত্ৰ পূৰণ কৰিব পাৰিব আৰু ১৫ ছেপ্টেম্বৰৰ ২০২১ তাৰিখে বা ৫ ছেপ্টেম্বৰৰ আগতে "পঞ্জীয়ক, এনআইটি মেঘালয়, বিজনী কমপ্লেক্স, লাইতুমখৰাহ, লাইতুমখৰাহ" প্ৰাপ্ত কৰিবলৈ পৰিশোধ ৰচিদ আৰু অন্যান্য প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে স্বাক্ষৰিত হাৰ্ড কপি আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰে।


সবিশেষ চাবলৈ ইয়াত ক্লিক কৰক ।

চাকৰিৰ আৰু খবৰ চাবলৈ ক্লিক কৰকঃ পশ্চিম মণ্ডল ৰেলৱেত গ্ৰুপ চি পদ খালী

Next Story
চাকৰি