Begin typing your search above and press return to search.

আই বি পি এছৰ বেংকিং ক্লাৰ্ক নিযুক্তি পৰীক্ষাৰ আয়োজন

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

আই বি পি এছৰ বেংকিং ক্লাৰ্ক নিযুক্তি পৰীক্ষাৰ আয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Oct 2021 10:12 AM GMT

ইনষ্টিটিউট অৱ বেংকিং পাৰ্ছনেল ছিলেকচন ( আই বি পি এছ)-এ বেংকিং ক্লাৰ্ক নিযুক্তি পৰীক্ষাৰ অনুষ্ঠিত কৰিবলৈ লৈছে।


মুঠ খালী পদৰ সংখ্যাঃ ৫, ৮৩০ টা। অসমৰ বাবে থকা পদৰ সংখ্যাঃ ১৫৬টা।


বয়সৰ সীমাঃ ০১-০৭-২০২১ত ২০ ৰ পৰা ৩৮ বছৰ। অ বি চি প্ৰাৰ্থীয়ে তিনি বছৰ আৰু এচ চি-এছ টি প্ৰাৰ্থীয়ে বয়সৰ উৰ্ধসীমাৰ ক্ষেত্ৰত ৫ বছৰ ৰেহাই পাব। বিশেষভাবে সক্ষম প্ৰাৰ্থীয়ে ১০ বছৰ বয়স ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৭ অক্টোবৰ, ২০২১।

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণীঃ ৮৫০টকা।

এছ চি- এছ টি, বিশেষভাবে সক্ষম আৰু প্ৰাক্তন সৈনিক প্ৰাৰ্থীঃ ১৭৫ টকা।

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰা হব লাগিব। তদুপৰি কম্পিউটাৰৰ ডিপ্লমা বা চাৰ্টিফিকেট শিক্ষাগ্ৰহণ কৰা হব লাগিব।

আবেদন জনোৱাৰ পূৰ্বে ibps.in চাব।

আই বি পি এছৰ এই পৰীক্ষা দুটা পৰ্য়ায় ক্ৰমে প্ৰাৰম্ভিক আৰু মূল-ত অনুষ্ঠিত হব।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি