Begin typing your search above and press return to search.

কেৰাণী নিযুক্তিৰ বাবে আই বি পি এছৰ পৰীক্ষা

বিভিন্ন বেংকত কেৰাণী(ক্লাক) নিযুক্তিৰ বাবে আই বি পি এছে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লৈছে।

কেৰাণী নিযুক্তিৰ বাবে আই বি পি এছৰ পৰীক্ষা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-09-02T19:29:33+05:30

খালী পদৰ সংখ্যাঃ ১,৫৫৭টা।

চাকৰিৰ স্থানঃ সমগ্ৰ ভাৰতত।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৩-০৯-২০২০।

শিক্ষাগত অৰ্হতাঃ স্নাতক ডিগ্ৰী।

বয়সৰ সীমাঃ ২০ৰ পৰা ২৮ বছৰ।

আবেদনৰ মাচুলঃ সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ১৭৫টকা আৰু সাধাৰণ আৰু অন্যান্য শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ৮৫০টকা।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ এ গ্ৰেড বিষয়া নিযুক্তিৰ বাবে ছেবিৰ আবেদন আহ্বান

Next Story