Begin typing your search above and press return to search.

আইচিএফআৰই মিজোৰামত জুনিয়ৰ প্ৰজেক্ট ফেল'ৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

আইচিএফআৰই মিজোৰামত জুনিয়ৰ প্ৰজেক্ট ফেলৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Oct 2021 7:17 AM GMT


ভাৰতীয় বনানীকৰণ গৱেষণা আৰু অধ্যয়ন পৰিষদে(ICFRE), উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা বাঁহ আৰু বেত(FRC - BR), বেথলেহেম ভেঙ্খলান, আইজল, মিজোৰাম অৰণ্য গৱেষণা কেন্দ্ৰত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।


পদৰ নাম : জুনিয়ৰ ৰিচাৰ্ছ ফেল'।

খালী পদৰ সংখ্যা : ০১টা।

বয়স : উল্লেখ নাই।

দৰমহা : ২০,০০০/- টকা, (মাহিলী) + HRA

ঠিকনা : আইজল, মিজোৰাম

অন্তিম তাৰিখ : ০৫/১১/২০২১

প্ৰকল্পৰ নাম : National Programme for Conservation and Development of Forest Genetic Resources (Component-1: FGR Documentation)

আই. চি. এফ. আৰ. ই. মিজোৰাম খালী পদৰ বাবে শিক্ষাগত অৰ্হতা :

আৱশ্যকীয় : অৰণ্যিক/ উদ্ভিদ বিজ্ঞান/ উদ্ভিদ বৰ্গীকৰণ/উদ্যানকৃষি/ চিকিৎসীয় আৰু সুগন্ধি উদ্ভিদ/ কৃষি বিষয়ত প্ৰথম বিভাগত M.Sc উত্তীৰ্ণ হ'ব লাগিব।

আকাংক্ষিত : উচ্চ উদ্ভিদ/ গছ প্ৰজাতি চিনাক্তকৰণৰ জ্ঞান থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

• ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ অফিচিয়েল ৱেবচাইট www.icfre.org বা FRCBR কাৰ্য্যালয়, বেথলেহেম, ভেঙ্খলান আইজলৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আবেদনপত্ৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ (বয়স, অৰ্হতা,অভিজ্ঞতা আদি) পুৱা ৯বজাৰ পৰা ১০বজা লৈকে গ্ৰহণ কৰা হ'ব। প্ৰাৰ্থীয়ে নিজৰ সৈতে পাছপৰ্ট ফটো আনিব লাগিব।

সাক্ষাৎকাৰ সম্বন্ধীয় জাননী :

তাৰিখ : ২২/১০/২০২১

সময় : পুৱা ১১:৩০বজাৰ পৰা

স্থান : অৰণ্য গৱেষণা কেন্দ্ৰ বাঁহ আৰু বেত ( FRCBR), বেথলেহেম, ভেঙঠলাং6, আইজল - ৭৯৬০০৮, মিজোৰাম।


আৰু চাব পাৰেঃ আই চি আই চি আই বেংকৰ প্ৰবেচনাৰী বিষয়া নিযুক্তি

Next Story
চাকৰি