ভাৰতীয় ইতিহাস গৱেষণা পৰিষদত গৱেষণা সহযোগী, গৱেষণা সহকাৰীৰ পদ খালী
ভাৰতীয় ইতিহাস গৱেষণা পৰিষদ (আই চি এইচ আৰ)-এ গৱেষণা সহযোগী, গৱেষণা সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ভাৰতীয় ইতিহাস গৱেষণা পৰিষদ (আই চি এইচ আৰ)-ৰ বিষয়েঃ
এটা প্ৰশাসনিক নিৰ্দেশযোগে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ স'স্থাৰূপে গঠন কৰা হৈছে। এই সংস্থাই বুৰঞ্জীবিদ আৰু গৱেষকলৈ জলপানি. ফেলোশ্বিপ অনুদান আদিৰ জৰিয়তে বিত্তীয় সাহায্য আগবঢ়য়।
আই চি এইচ আৰে দেশৰ বিভিন্ন ৰাজ্য চৰকাৰৰ পৰাও সাহায্য লাভ কৰে। আই চি এইচ আৰে গৱেষণা পত্ৰও প্ৰকাশ কৰে। আই চি এইচ আৰৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত আৰু গুৱাহাটী, বাংগালুৰু আৰু পুণেত ইয়াৰ আঞ্চলিক কেন্দ্ৰ আছে।
ভাৰতীয় ইতিহাস গৱেষণা পৰিষদ (আই চি এইচ আৰ)নিযুক্তি-২০২২ঃ
ভাৰতীয় ইতিহাস গৱেষণা পৰিষদ (আই চি এইচ আৰ)-এ গৱেষণা সহযোগী, গৱেষণা সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ
চাকৰিৰ খালী পদ ২০২২-ৰ বিষয়ে অধিক বিৱৰণ পৰীক্ষা কৰক।
পদৰ বিৱৰণ | প্ৰয়োজনীয়তা |
পদৰ নাম | গৱেষণা সহযোগী, গৱেষণা সহায়ক। |
খালী পদ | ৬টা। |
বয়সৰ সীমা | সৰ্বোচ্চ ৪৫ বছৰ। |
দৰমহা | প্ৰতি মাহে ১৭,৬০০/- টকাৰ পৰা ৩০, ৮০০ টকা। |
চাকৰিৰ স্থান | নতুন দিল্লী। |
অন্তিম তাৰিখ | ৩১ জানুৱাৰী, ২০২২। |
আবেদন মাচুল | নাই। |
চাকৰিৰ প্ৰকাৰ | - |
শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা এম এ, এম ফিল বা পি এইচ ডি হব লাগিব।
অভিজ্ঞতাৰ বিশদঃ
সংশ্লিষ্ট ক্ষেত্ৰত অন্ততঃ ১ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।
আবেদনৰ নিয়মঃ
নিৰ্ধাৰিত প্ৰ-পত্ৰত আবেদন পত্ৰ he Director (Research & Administration), Indian Council of Historical Research, 35, Ferozeshah Road, New Delhi-110001লৈ বা Email Id: director.ra@ichr.ac.in-লৈ প্ৰেৰণ কৰিব পাৰে।
আৰু চাব পাৰে : উত্তৰ প্ৰদেশ লোকসেৱা আয়োগৰ ষ্টাফ নাৰ্ছ নিযু্ক্তি