আই চি এম আৰৰ উত্তৰ-পূব গৱেষণা কেন্দ্ৰত পদ খালী

ভাৰতীয় চিকিৎসা পৰিষদ(আই চি এম আৰ)-ৰ উত্তৰ-পূব গৱেষণা কেন্দ্ৰত চিকিৎসা সামাজিক কৰ্মী নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।
আই চি এম আৰৰ উত্তৰ-পূব গৱেষণা কেন্দ্ৰত পদ খালী
Published on: 

পদৰ নামঃ চিকিৎসা সামাজিক কৰ্মী( মেডিকেল ছ'চিয়েল ৱৰ্কাৰ) ।

খালী পদৰ সংখ্যাঃ ২টা ।

বয়সৰ সীমাঃ ৩০ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭.০৬.২০২০

কৱিড-১৯ মহামাৰা প্ৰতিৰোধৰ প্ৰাৰ্থীক সাক্ষাৎকাৰত বহাৰ অনুমতি দিয়া হব আৰু শৰীৰৰ প্ৰাৰম্ভিক তাপমাত্ৰা জোখাৰ পাছত আই এম আৰৰ এই আঞ্চলিক গৱেষণাগাৰত প্ৰৱেশৰ অনুমতি দিয়া হব। প্ৰাৰ্থীৰ বাবে মাস্ক পৰিধান বাধ্যতামূলক আৰু প্ৰাৰ্থীয়ে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব।

সবিশেষ জানিবলৈ http://rmrcne.org.in/images/pdf/appoint/adm102_covid19_615.pdf চাওক।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com