Begin typing your search above and press return to search.
প্ৰকল্প কাৰ্যবাহী নিযুক্তিৰ বাবে আই আই ই গুৱাহাটীৰ আবেদন আহ্বান
আই আই ই গুৱাহাটীয়ে প্ৰকল্প কাৰ্যবাহী ( গ্ৰুপ-১, গণনা) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ০১টা।
শিক্ষাগত অৰ্হতাঃ বি কম( একাউণ্টছ)
অভিজ্ঞতাঃ চৰকাৰী বা ব্যক্তিগত সংস্থাত একাউণ্টছৰ ক্ষেত্ৰখনৰ কামত নূন্যতম পাঁচ বছৰৰ অভিজ্ঞতা থাকিব লাগিব । টেলী একাউণ্টিং ছিষ্টেমৰ কামত দক্ষতা থাকিব লাগিব। কম্পিউটাৰৰ প্ৰাৰম্ভিক জ্ঞান থাকিব লাগিব।
বয়সৰ সীমাঃ ২০২০ৰ ১৫ ছেপ্টেম্বৰত ৩৫ বছৰতকৈ অদিক হব নালাগিব।
দৰমহাঃ ৩০,১৬০টকা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ ৰাষ্ট্ৰীয় শিক্ষক শিক্ষণ প্ৰতিষ্ঠানত বিভিন্ন ধৰণৰ পদখালী
Next Story