ৰাষ্ট্ৰীয় শিক্ষক শিক্ষণ প্ৰতিষ্ঠানত বিভিন্ন ধৰণৰ পদখালী

ৰাষ্ট্ৰীয় শিক্ষক শিক্ষণ প্ৰতিষ্ঠানত বিভিন্ন ধৰণৰ পদখালী

ৰাষ্ট্ৰীয় শিক্ষক শিক্ষণ প্ৰতিষ্ঠান ( এন চি টি ই)-এ নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
Published on

পদসমূহঃ

সহকাৰী, খালী পদৰ সংখ্যাঃ তিনিটা।

ষ্টেনোগ্ৰাফাৰ(গ্ৰেড-চি), খালী পদৰ সংখ্যাঃ তিনিটা।

ষ্টেনোগ্ৰাফাৰ (গ্ৰেড-ডি), খালী পদৰ সংখ্যাঃ ৬টা।

ডাটা এণ্ট্ৰী অপাৰেটৰ, খালী পদৰ সংখ্যাঃ ০১টা।

নিম্নবৰ্গৰ সহায়ক, খালী পদৰ সংখ্যাঃ ০৫টা।

মুঠ ১৮টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰীধাৰী হব লাগিব।

বয়সৰ সীমাঃ

ষ্টেনোগ্ৰাফাৰৰ ক্ষেত্ৰত ১৮ৰ পৰা ২৭ বছৰ।

সহকাৰীৰ ক্ষেত্ৰত ২০-ৰ পৰা ২৭ বছৰ।

ডাটা এণ্ট্ৰী অপাৰেটৰৰ ক্ষেত্ৰত ১৮-ৰ পৰা ২৫ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৯-০৯-২০২০।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com