Begin typing your search above and press return to search.

ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্ৰেণিউৰশ্বিপ (IIE) গুৱাহাটীত পদ খালী

ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্ৰেণিউৰশ্বিপ (IIE) গুৱাহাটীয়ে প্ৰজেক্ট লীড নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্ৰেণিউৰশ্বিপ (IIE) গুৱাহাটীত পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jan 2022 12:24 PM GMT


ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্ৰেণিউৰশ্বিপ (IIE) গুৱাহাটীৰ বিষয়েঃ

ভাৰত চৰকাৰৰ উদ্যোগ মন্ত্ৰালয় (বৰ্তমানে ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগ-প্ৰতিষ্ঠান)-এ ১৯৯৩-ত গুৱাহাটীত আই আই ই প্ৰতিষ্ঠা কৰে। এণ্টাৰপ্ৰেণিউৰশ্বিপৰ বিকাশ সাধনত গুৰুত্ব আৰোপ কৰি ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ ঔদ্যোগিক কাম-কাজৰ বাবে প্ৰশিক্ষণ প্ৰদান আৰু গৱেষণাৰ উদ্দেশ্যে স্বতন্ত্ৰৰীয়াভাবে এই প্ৰতিষ্ঠান স্থাপন কৰা হয়। ১৯৯৪-ৰ এপ্ৰিলৰ পৰা উত্তৰ-পূব পৰিষদ, অসম, অৰুণাচল প্ৰদেশ চৰকাৰ আৰু ছিডবীক হিতধাৰৰূপে লৈ এই প্ৰতিষ্ঠানৰ কাম-কাজ আৰম্ভ হয়।

ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্ৰেণিউৰশ্বিপ (IIE) গুৱাহাটীৰ নিযুক্তি-২০২২ঃ

ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্ৰেণিউৰশ্বিপ (IIE) গুৱাহাটীয়ে প্ৰজেক্ট লীড নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ পাবঃ


আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:


পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

প্ৰজেক্ট লীড।

পদৰ সংখ্যা

০১ টা।

দৰমহা

মাহিলী ৩৪ হেজাৰ টকা।

চাকৰিৰ স্থান

কোহিমা (নগালেণ্ড)।

বয়সৰ সীমা

-

আবেদন মাচুল

নাই।

বাছনি প্ৰক্ৰিয়া

লিখিত পৰীক্ষা, সাক্ষাৎকাৰ

অন্তিম তাৰিখ

৪-ফেব্ৰুৱাৰী-২০২২

ৱেবছাইট


iie.gov.in


শিক্ষাগত অৰ্হতা :

যিকোনো স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী।


অভিজ্ঞতাৰ বিৱৰণ :

প্ৰজেক্ট মেনেজমেণ্টত ৬-৭ বছৰৰ পেচাগত অভিজ্ঞতা থাকিব লাগিব।

এণ্টাৰপ্ৰেণিউৰশ্বিপ খণ্ডত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।


আবেদন কৰাৰ পদক্ষেপ :

প্ৰথমে, অফিচিয়েল ৱেবছাইট iie.gov.in চাওক

আৰু আপুনি আবেদন কৰিব লগা নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক।

চাকৰিৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক।

আৱেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

যদি আপুনি যোগ্য, কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

আৱেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু অন্তিম তাৰিখৰ (৪-ফেব্ৰুৱাৰী-২০২২2) আগতে আবেদন পত্ৰ দাখিল কৰক

ভৱিষ্যতৰ প্ৰসংগৰ বাবে আবেদন পত্ৰ নম্বৰ/কুৰিয়াৰ স্বীকৃতি নম্বৰ সংগ্ৰহ কৰক।




আৰু চাব পাৰে : এইমছ ৰাইপুৰত কনিষ্ঠ গৱেষণা ফেলো (জে আৰ এফ)-ৰ প্ৰয়োজন

Next Story
চাকৰি