ইণ্ডিয়ান ইনস্টিটিউট অৱ মেনেজমেন্ট,নিযুক্তি ২০২০
ইণ্ডিয়ান ইনস্টিটিউট অৱ মেনেজমেন্ট, শ্বিলংত খালি পদৰ বাবে এম.ফিল/ পিএইচডি ডিগ্রীৰ ইচ্ছুক প্ৰাৰ্থী সকলৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম : এচিচটেন্ট প্ৰফেচাৰ
অৰ্হতা: পিএইচ.ডি ডিগ্ৰী
পদৰ সংখ্যা: ০৯
দৰমহা: ১,০১,৫০০/-টকা প্ৰতি মাহ
অভিজ্ঞতা: ৩/৫ বছৰ
কৰ্ম স্থান: শ্বিলং
পদৰ নাম: এচচিয়েট প্ৰফেচাৰ
অৰ্হতা: এম.ফিল/ পি এইচ ডি
পদৰ সংখ্যা: ০৭
দৰমহা: ১,৩৯,৬০০/- টকা প্ৰতিমাহ
অভিজ্ঞতা:৬/৯ বছৰ
কৰ্ম স্থান: শ্বিলং
পদৰ নাম : প্ৰফেচাৰ
অৰ্হতা: এম.ফিল/পি এইচ ডি
পদৰ সংখ্যা: ০৩
দৰমহা: ১,৫৮,১০০/- টকা প্ৰতি মাহ
অভিজ্ঞতা:১০/১৫ বছৰ
কৰ্ম স্থান:শ্বিলং
আবেদনৰ শেষ তাৰিখ: ২৯/০২/২০২০
বাচনি প্ৰক্ৰিয়া: লিখিত পৰীক্ষা/ সাক্ষাৎকাৰ
ঠিকনা: Mayurbhanj Complex, Nongthymmai, Shillong – 793014, Meghalaya
কেনেদৰে আবেদন কৰিব: আবেদনকাৰী সকলে Director, IIM Shillong, Mayurbhanj Complex, Nongthymmai, Shillong – 793014, Meghalaya ঠিকনাত পঠিয়াব লাগিব। আবেদনৰ শেষ তাৰিখ ২৯/০২/২০২০।
আবেদনকাৰীসকলে www.iimshillong.ac.in.অথবা ৱেবচাইটত ত vacancy@iimshillong.ac.in ত আবেদনসমূহ পঠিয়াব লাগিব।
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here
অন্য খবৰৰ বাবে পঢ়ক : মণিপুৰ চেক্ৰেটেৰিয়েটত নিযুক্তি ২০২০