ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আই আই এম চি)-ত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আই আই এম চি)-ত পদখালী

ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আই আই এম চি)-ত শিক্ষাদান সহযোগীৰ ( Teaching Associate)-ৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : শিক্ষাদান সহযোগী

খালী পদৰ সংখ্যা : ০১

বয়স : ৪০বছৰ

দৰমহা : ৩৫,০০০টকা, মাহিলী

নিযুক্তিৰ স্থান : সমগ্ৰ ভাৰততে

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২৭/০৯/২০২১

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদক আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ নিৰ্ধাৰিত পাঠ্য ৰূপত, প্ৰয়োজনীয় নথিপত্ৰ সহ উল্লেখিত মেইল লৈ প্ৰেৰণ কৰিব লাগিব।

মেইল : iimcrecruitmentcell@gmail.com

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com