এনডিআৰএফত - ১৯৭৮ সহকাৰী কমাণ্ডেণ্ট, কনিষ্টবল পদখালী

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-
এনডিআৰএফত - ১৯৭৮ সহকাৰী কমাণ্ডেণ্ট, কনিষ্টবল পদখালী
Published on

ৰাষ্ট্ৰীয় দুৰ্যোগ উপশম বাহিনীৰ কনিষ্টবল আৰু সহকাৰী কমাণ্ডেণ্টৰ পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে। 

পদৰ নাম- সহকাৰী কমাণ্ডেণ্ট, কনিষ্টবল ।

খালী পদ -১৯৭৮ টা ।

বয়স- ৪৫ বছৰ ।

দৰমহা ৫৬,১০০টকা – ১,৭৭,৫০০/- ।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ১৮/১০/২০২১ ।

নিযুক্তিৰ স্থান-সমগ্ৰ ভাৰতত ।

আবেদন প্ৰক্ৰিয়া -অফলাইন ।

ৱেবছাইট- http://ndrf.gov.in/

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীগৰাকীয়ে যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা দশম, দ্বাদশ, ডিপ্লোমা, ডিগ্ৰী সম্পূৰ্ণ কৰিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া-আবেদন কৰিবলৈ আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে। আবেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আৱেদন প্ৰপত্ৰখন ডিআইজি (ইষ্ট), মুখ্য কাৰ্যালয় এনডিআৰএফ, ষষ্ঠ মহলা, এনডিচিচি-২ ভৱন, জয় সিং ৰোড, নতুন দিল্লীলৈ প্ৰেৰণ কৰিব লাগিব – ১১০০০১।

বাছনি প্ৰক্ৰিয়া-সাক্ষাৎকাৰ ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com